নিউজ ডেস্ক, 4 মাৰ্চঃ কুইপ’ৰ দুই বিষয়াৰ অপহৰণ কাণ্ডই এক নতুন মোৰ লৈছে ৷ আলফা স্বাধীনে প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি অসমৰ এটা সংবাদ মাধ্যমে আলফা সন্দৰ্ভত প্ৰচাৰ কৰা বাতৰিক লৈ অসন্তুষ্ট হৈছে সংগঠনটো ৷ যাৰ বাবে সংবাদ মাধ্যমটোৰ দুগৰাকী সাংবাদিকক ভুল স্বীকাৰ কৰি ক্ষমা খোজাৰো আহ্বান জনাইছে আলফা স্বাধীনে ৷
কুইপ’ৰ দুই বিষয়াৰ অপহৰণ কাণ্ডই লৈছে নতুন মোৰ - আলফা
আলফা স্বাধীনে প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি অসমৰ এটা সংবাদ মাধ্যমে আলফা সন্দৰ্ভত প্ৰচাৰ কৰা বাতৰিক লৈ অসন্তুষ্ট হৈছে সংগঠনটো ৷
কুইপ’ৰ দুই বিষয়াৰ অপহৰণ কাণ্ডই লৈছে নতুন মোৰ
উল্লেখযোগ্য যে, সাংবাদিক দুগৰাকীয়ে ক্ষমা নোখোজা পৰ্যন্ত কুইপ’ৰ দুই বিষয়া প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰৰ মুক্তি স্থগিত ৰাখিছে বুলি জনাইছে আলফা স্বাধীনৰ কৰ্তৃপক্ষই ৷
লগতে পঢ়কঃ মহাজোঁটৰ আংশীদাৰ হ'ল জিম' ছায়া দেউৰী পিপুলছ পাৰ্টি