গুৱাহাটী, আগষ্ট 20 :ICUৰ ভিতৰত অনাধিকাৰ প্ৰৱেশ কৰাৰ লগতে কেমেৰাৰ অনুমতি অবিহনে দৃশ্য গ্ৰহণ কৰাৰ অপৰাধত আটক দুই সংবাদকৰ্মীক ৷ মহানগৰীৰ Critical Care নামৰ হাস্পতালখনত সংঘটিত কৰিছিল এই ঘটনা ৷ হাস্পতালখনৰ কৰ্মচাৰীক ভাবুকি দিয়াৰ অভিযোগো উত্থাপন আটকাধীন সংবাদকৰ্মী দুজনৰ বিৰুদ্ধে ৷ ধৃত সংবাদকৰ্মী কেইজনৰ বিৰুদ্ধে পূৰ্বৰে পৰা আছিল বিভিন্ন অভিযোগ ।
ICU-ত অনাধিকাৰ দৃশ্য গ্ৰহণ কৰি আটক দুই সাংবাদিক - দৃশ্য গ্ৰহণ
ICUৰ ভিতৰত অনাধিকাৰ প্ৰৱেশ কৰাৰ লগতে কেমেৰাৰ অনুমতি অবিহনে দৃশ্য গ্ৰহণ কৰাৰ অপৰাধত আটক দুই সংবাদকৰ্মীক ৷

ICU-ত অনাধিকাৰ দৃশ্য গ্ৰহণ কৰি আটক দুই সাংবাদিক
1375/19 নম্বৰত বশিষ্ঠ আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ লগতে কেইবাটাও ধাৰা সংযোগ কৰিছে ৷ ধৃত দুই সাংবাদিকক বশিষ্ঠ আৰক্ষীৰ জেৰা ৷ এটা অখ্যাত ফেচবুক পৰ্টেলৰ নাম লৈ সংঘটিত কৰিছিল এই ঘটনা ৷