গুৱাহাটী,৯ জুনঃগুৱাহাটী মহানগৰীৰ সাতগাঁও আমবাৰীৰ দুজন ব্যক্তিৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰে । আক্ৰান্ত ব্যক্তিকেইজন হৈছে চিবু দে (২৯) আৰু জুনু দে (২৪)। সাতগাঁও আমবাৰীৰ ছাইনী হেভেন এপাৰ্টমেণ্টৰ সমীপৰ ২নং গৃহৰ নিবাসী তেওঁলোক । ইপিনে আক্ৰান্ত ব্যক্তি দুজন হ'ল স্বামী স্ত্ৰী।
গুৱাহাটী সাতগাঁওৰ আমবাৰীত দুজন দেহত কোভিড-১৯ পজিটিভ - গুৱাহাটী সাতগাঁওৰ আমবাৰীত দুজন দেহত কোভিড-১৯ পজিটিভ
সাতগাঁও আমবাৰীৰ এহাল দম্পতীৰ দেহত কোভিড-১৯ পজিটিভ । সমগ্ৰ অঞ্চলতো কনটেইন্টমেন জ'ন হিচাপে ঘোষণা জিলা প্ৰশাসনৰ ।
![গুৱাহাটী সাতগাঁওৰ আমবাৰীত দুজন দেহত কোভিড-১৯ পজিটিভ two new covid 19 case guwahati satgoan ambari husband and wife come from rajasthan](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-07:00-a-ghy-802-9june-satgaoncoronapositive-vis-pic-as10003lipikadeka-09062020174830-0906f-1591705110-465.jpg)
সাতগাওঁত এহাল দম্পতীৰ দেহত কোভিড ১৯ পজিটিভ