অসম

assam

JEE কাণ্ডৰ সোধ-পোচৰ বাবে পুনৰ দুজনক আটক

By

Published : Oct 30, 2020, 10:09 PM IST

JEE কেলেংকাৰীত জড়িত থকা ৫ জনক গ্ৰেপ্তাৰ কৰাৰ পাচত শুকুৰবাৰে পুনৰ আজাৰা থানালৈ দুজনক সোধ-পোচৰ বাবে লৈ আনে । বৰ্তমান জোৰদাৰ সোধ-পোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

two more person arretsed for JEE scam
JEE কাণ্ডৰ সোধ-পোচৰ বাবে পুনৰ দুজনক আটক

আজাৰা, 30 অক্টোবৰ : JEE কাণ্ডৰ সোধ-পোচৰ বাবে পুনৰ আটক কৰা হৈছে দুজন লোকক । JEE কেলেংকাৰীত জড়িত থকা ৫ জনক গ্ৰেপ্তাৰ কৰাৰ পাচত শুকুৰবাৰে পুনৰ আজাৰা থানালৈ দুজনক সোধ-পোচৰ বাবে লৈ আনে । JEE কেলেংকাৰীত জড়িত থকাৰ সন্দেহত আন দুজন লোকক লৈ আনে আৰক্ষীয়ে । বৰ্তমান জোৰদাৰ সোধ-পোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

উল্লেখ্য JEE সন্দৰ্ভত মংগলবাৰে ৫জনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে । গ্ৰেপ্তাৰ হৈছে ড° জ্যোৰ্তিময় দাস,নীল নক্ষত্ৰ দাস,হেমেন্দ্ৰ নাথ শৰ্মা, প্ৰাঞ্জল কলিতা আৰু হিৰুকমল পাঠক । এই কাণ্ডই সমগ্ৰ ৰাজ্যতে তোলপাৰ লগোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক :এটা আঙুলিৰে জীৱন যুদ্ধত হাৰ নমনা কাৰ্বি আংলঙৰ যুৱক !

ABOUT THE AUTHOR

...view details