অসম

assam

ETV Bharat / state

ভৰলুমুখত গাঞ্জাসহ গ্ৰেপ্তাৰ দুটাকৈ সৰবৰাহকাৰী - ভৰলুমুখ আৰক্ষীয়ে চলালে অভিযান

নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে ভৰলুমুখ আৰক্ষীয়ে চলালে অভিযান । এই অভিযানত ৫ কেজি গাঞ্জাসহ গ্ৰেপ্তাৰ দুটাকৈ সৰবৰাহকাৰী ।

ভৰলুমুখত গাঞ্জাসহ গ্ৰেপ্তাৰ দুটাকৈ সৰবৰাহকাৰী

By

Published : Sep 29, 2019, 11:53 PM IST

গুৱাহাটী,29 ছেপ্টেম্বৰঃ পূজাৰ প্ৰাকমুহূৰ্তত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে ভৰলুমুখ আৰক্ষীয়ে চলোৱা অভিযানত ৫ কেজি গাঞ্জাসহ দুটাকৈ সৰবৰাহকাৰী গ্ৰেপ্তাৰ হয় । গাঞ্জাখিনি মাছখোৱাৰ পৰা ৰিক্সাৰে লৈ গৈ থকা অৱস্থাতে আৰক্ষী হাতে লোটে ধৰে দুয়োকে । ধৃত সৰবৰাহকাৰী দুটাৰ নাম শিবু দেৱনাথ আৰু ধনক বসুমতাৰী । মহানগৰীৰ কটাহবাৰীত ভাৰাতীয়া হিচাপে থাকি নিচাযুক্ত সামগ্ৰীৰ বেহা চলাই গৈছিল ধৃত দুই সৰবৰাহকাৰীয়ে ।

ভৰলুমুখত গাঞ্জাসহ গ্ৰেপ্তাৰ দুটাকৈ সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details