গুৱাহাটী, 21 অক্টোবৰ:অবৈধ চুপাৰী ভৰ্তি ট্ৰাকৰ বিৰুদ্ধে বশিষ্ঠস্থিত ব্ৰহ্মপুত্ৰ পাৰ্কিঙত চলিল মহানগৰ আৰক্ষীৰ অভিযান ৷ অভিযানকাৰী দলটোৱে সেই স্থানৰ পৰা তিনিখনকৈ চুপাৰীভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷ ট্ৰাককেইখনত লক্ষীপুৰৰ পৰা চুপাৰী কঢ়িয়াই অনা হৈছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷
মহানগৰীত চুপাৰী ভৰ্তি ট্ৰাক জব্দ - ব্ৰহ্মপুত্ৰ পাৰ্কিং
মহানগৰীৰ বশিষ্ঠস্থিত ব্ৰহ্মপুত্ৰ পাৰ্কিঙৰ পৰা মহানগৰ আৰক্ষীৰ এটা অভিযানকাৰী দলে জব্দ কৰে তিনিখনকৈ চুপাৰী ভৰ্তি ট্ৰাক ৷
![মহানগৰীত চুপাৰী ভৰ্তি ট্ৰাক জব্দ মহানগৰীত চুপাৰী ভৰ্তি ট্ৰাক জব্দ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9264589-thumbnail-3x2-k.jpg)
মহানগৰীত চুপাৰী ভৰ্তি ট্ৰাক জব্দ