অসম

assam

ETV Bharat / state

দ' খাৱৈত পৰিল চিমেণ্টভৰ্তি ট্ৰাক - নিউ গুৱাহাটী

দ' খাৱৈত বাগৰি পৰিল এখন চিমেণ্ট ভৰ্তি ট্ৰাক ৷ মহানগৰীৰ নিউ গুৱাহাটীৰ এফ চি আইৰ এম দি গেটৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনা ৷ দুৰ্ঘটনাত হতাহত হোৱা নাই কোনো লোক ৷

দ খাৱৈত চিমেণ্ট ভৰ্তি ট্ৰাক

By

Published : Apr 20, 2019, 2:49 PM IST

  • দ' খাৱৈত বাগৰি পৰিল এখন চিমেণ্টভৰ্তি ট্ৰাক
  • নিউ গুৱাহাটীৰ এফ চি আইৰ এম দি গেটত সংঘটিত হয় এই দুৰ্ঘটনা
  • দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ হৈছে AS 01W 3997
  • পাৰ্কিং কৰি থোৱা অৱস্থাতে বাগৰি পৰিল দ' খাৱৈত
  • দুৰ্ঘটনাত হতাহত হোৱা নাই কোনো লোক
    দ খাৱৈত চিমেণ্ট ভৰ্তি ট্ৰাক

ABOUT THE AUTHOR

...view details