ETV Bharat Assam

অসম

assam

ETV Bharat / state

অসমত বাতিল ৰে'ল সেৱা - তথ্য অনুসৰি প্ৰায় 39খন ৰে'ল বাতিল

অসমৰ বিভিন্ন স্থানত বাতিল কৰা হৈছে ৰে'ল চলাচল ৷ তথ্য অনুসৰি কেইবাটাও ষ্টেচন ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছে ৷

39খন ৰে'ল বাতিল কৰা হৈছে
39খন ৰে'ল বাতিল কৰা হৈছে
author img

By

Published : Dec 13, 2019, 3:16 PM IST

গুৱাহাটী, 13 ডিচেম্বৰ:কেবৰ বিৰোধিতাৰে অশান্ত অসম ৷ যাৰ বাবে অসমৰ বিভিন্ন স্থানত বাতিল কৰা হৈছে ৰে'ল চলাচল ৷ বিশেষকৈ উজনি অসমলৈ যোৱা সকলো ৰে'ল বাতিল হৈছে ৷ উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দৰ তথ্য অনুসৰি প্ৰায় 39খন ৰে'ল বাতিল কৰা হৈছে ৷ বিশেষকৈ উজনি অসমলৈ যোৱা সকলো ৰে'ল বাতিল হৈছে ৷

in article image
অসমৰ বিভিন্ন স্থানত বাতিল কৰা হৈছে ৰে'ল চলাচল

উল্লেখ্য যে, বহিঃৰাজ্যৰ পৰা উজনিলৈ যাবলগীয়া 8খনকৈ ৰে'ল গুৱাহাটীতে ৰখাই থোৱা হৈছে ৷ তথ্য অনুসৰি কেইবাটাও ষ্টেচন ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছে ৷ অৱশ্যে শুকুৰবাৰে পৰিস্থিতি কিছু সুস্থিৰ হোৱাৰ বাবে শিলচৰ আৰু আগৰতলাত ৰে'ল চলাচল আৰম্ভ হোৱা বুলিও জানিব পৰা গৈছে ৷

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দ

লগতে পঢ়ক:ৰাজধানী দিল্লীত অসমীয়াৰ কেব বিৰোধী উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details