নিউজ ডেস্ক, 25 মে':ৰাজ্যত কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা 539 গৰাকীলৈ বৃদ্ধি পাইছে ৷ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰে এই তথ্য ৷
539 গৰাকীলৈ বৃদ্ধি ৰাজ্যত কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা - 539 গৰাকীলৈ বৃদ্ধি ৰাজ্যত কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা
539 গৰাকীলৈ বৃদ্ধি ৰাজ্যত কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা ৷ টুইটাৰৰ জৰিয়তে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে এই কথা ৷
539 গৰাকীলৈ বৃদ্ধি ৰাজ্যত কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা
সোমবাৰে বিয়লি ভাগলৈ ৰাজ্যত 61গৰাকী কোভিড-19ত আক্ৰান্ত হোৱাৰ তথ্য টুইটাৰযোগে প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
ইতিমধ্যে ৰাজ্যত 62 গৰাকী লোক আৰোগ্য হোৱাৰ বিপৰীতে সক্ৰিয় হৈ আছে 470 গৰাকী লোক ৷ কোভিড-19ৰ ফলত অসমত মৃত্যু হৈছে 4গৰাকী লোকৰ ৷
Last Updated : May 25, 2020, 11:48 PM IST