সংখ্যালঘু ছাত্ৰবৃ্ত্তিৰ কেলেংকাৰীঃ ৰাজ্যজুৰি আমছুৰ প্ৰতিবাদ
বঙাইগাঁও জিলা আমছুয়ে বৃহস্পতিবাৰে নিউ বঙাইগাঁৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সংখ্যালঘু উন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ প্ৰতিমূৰ্তি দাহেৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷
সুশান্ত আৰু ছাৰাৰ মাজত গভীৰ প্ৰেমৰ সম্পৰ্ক আছিল: সুশান্তৰ বন্ধু
সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাই সমগ্ৰ দেশতে তোলপাৰ লগাই থকাৰ সময়তে সুশান্তৰ বন্ধু ছেমুৱেল হাওকিপৰ মন্তব্যই চৰ্চালৈ আনিছে অভিনেত্ৰী ছাৰা আলী খানে। ইনষ্টাগ্ৰাম পোষ্টযোগে সুশান্তৰ বন্ধু ছেমুৱেল হাওকিপে সুশান্ত আৰু ছাৰা আলী খানৰ মাজত গভীৰ সম্পৰ্ক থকাৰ কথা দাবী কৰিছে।
কাশ্মীৰৰ পৰা উভতাই অনা হ'ব 100 টা অৰ্ধ সামৰিক বাহিনীৰ কোম্পানীত
কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু আৰু কাশ্মীৰৰ পৰা অৰ্ধ সামৰিক বাহিনীৰ প্ৰায় 10 হাজাৰ জোৱানক তৎকালীনভাৱে উভতাই অনাৰ নিৰ্দেশ প্ৰদান কৰে ৷ বুধবাৰে এই কথা সদৰি কৰে বিভাগীয় কতৃপক্ষই ৷
কৰ’ণাৰ বাবে বাতিল জামুগুৰিহাটৰ ২২৫ বছৰীয়া কালীয় দমন ভাওনা
১৭৯৫ চনৰে পৰা ধৰ্মীয় বিশ্বাসক সাৰোগত কৰি গুৰুজনাৰ তিৰোভাৱ তিথিৰ দিনটোত জামুগুৰিহাটৰ কোঁচগাঁৱৰ ৰাইজে নিৰৱছিন্নভাৱে অনুষ্ঠিত কৰি আহিছে কালীয় দমন নাট ভাওনা
ডিমুৱাল তৈলক্ষেত্ৰত উচ্চ চাপযুক্ত গেছ পৰিবাহী পাইপ ফাটি গেছ নিৰ্গমণ
বৃহস্পতিবাৰে শিৱসাগৰ জিলাৰ ডিমুৱাল তৈলক্ষেত্ৰৰ হাঁহচৰা লাটুম গাঁৱত অৱস্থিত ONGC ৰ 1 নং পকী দেৱাল খহি উচ্চ চাপযুক্ত গেছ পৰিবাহী পাইপ ফাটি পাইপেৰে অহৰহ নিৰ্গত হৈছে গেছ ৷