আত্মহননৰ ঘটনাক লৈ ডা: সংগীতা দত্তৰ বাখ্যা
কি কি কাৰণত এজন লোকে এই চৰম সিদ্ধান্ত ল'ব পাৰে লগতে এনে ধৰণৰ ৰোগীক কিদৰে ৰোগমুক্ত কৰিব পাৰি সেই বিষয়েও বহলাই বাখ্যা কৰিছে মনোৰোগ বিশেষজ্ঞগৰাকীয়ে ৷
টাৱাৰত উঠি প্ৰাণৰক্ষাৰ চেষ্টা চোৰৰ
বিলাসীপাৰাৰ বগৰীবাৰীত এক শিহৰণকাৰী দৃশ্যই হাঁহিৰ খোৰাক যোগালে ৰাইজক ৷ আৰক্ষীৰ পৰা হাত সাৰিবলৈ অভিনৱ পন্থা গ্ৰহণ এজন চোৰৰ ৷ ম’বাইল টাৱাৰত উঠি প্ৰাণৰক্ষা কৰাৰ চেষ্টা চোৰজনৰ ৷
COVID19 সন্দৰ্ভত ৰাজ্যৰ শেহতীয়া তথ্য
মঙলবাৰে ৰাজ্যত 10000 লোকৰ COVID 19 ৰ স্বাৱ পৰীক্ষণ সম্পূৰ্ণ হয় ৷ ৰাজ্যখনত মুঠতে 217,088 জন লোকৰ স্বাৱ পৰীক্ষা কৰা হ'ব বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷
ৰঙিয়াত বজৰংগ দলৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক কঠোৰ শাস্তি বিহাৰ দাবীত ৰঙিয়াত বজৰংগ দলৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ । এই প্ৰতিবাদৰ ফলতেই ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হয় তীব্ৰ যানজঁটৰ ।
সন্দেহজনক অৰুণাচলীৰ গুলীচালনাত নিহত এজন অসমীয়া
বিশ্বনাথৰ অৰুণাচল সীমান্তৰ পাছলগীত চাঞ্চল্য়কৰ ঘটনা । পুনৰ অসমীয়াৰ ওপৰত সন্দেহজনক অৰুণাচলীৰ গুলীবৰ্ষণ। এনডিএফবিৰ দ্বাৰা এই ঘটনা সংঘটিত কৰা বুলি স্থানীয় ৰাইজৰ সন্দেহ ।