বাঘজানৰ তৈলখাদ পৰিদৰ্শন বিশেষজ্ঞৰ দলৰ
বাঘজানৰ অগ্নিকাণ্ড সংঘটিত তৈলখাদটো পৰিদৰ্শন কৰে বিশেষজ্ঞৰ দলে ৷ দলটোৱে বিজিআৰৰ 5 নম্বৰ খাদটো পৰিদৰ্শন কৰে ৷
হৃদৰোগত আক্ৰান্ত কোভিড-19 ৰোগীৰ মৃত্যুৰ সম্ভাৱনা অধিক
শেহতীয়াকৈ প্ৰকাশিত এক গৱেষণাত পোহৰলৈ আহিছে যে, হৃদযন্ত্ৰৰ ৰোগ (myocardial injury) থকা কোভিড-19 আক্ৰান্ত লোকসকলৰ মৃত্যুৰ সম্ভাৱনা অধিক ৷
বাঘজানৰ জুই নুমুৱাবলৈ সন্মিলিতভাৱে কাম চলি আছে- চন্দ্ৰমোহন পাটোৱাৰী
বাঘজানৰ ক্ষতিগ্ৰস্ত লোকসকলক অইলৰ তৰফৰ পৰা এককালীনভাৱে ৩০ হাজাৰ টকাকৈ দিয়াৰ ব্যৱস্থা কৰাৰ লগতে পৰৱৰ্তী সময়ত ক্ষয়-ক্ষতিৰ বুজ লৈ ক্ষতিপূৰণ দিয়া হ'ব বুলি ঘোষণা কৰে চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷
তিনিচুকীয়াত পুনৰ 8 গৰাকীকৈ লোক আক্ৰান্ত COVID-19ত
বহিঃৰাজ্যৰ পৰা আহি তিনিচুকীয়াৰ দুখনকৈ হোটেলত কোৱাৰেণ্টাইন হৈ থকা 8 গৰাকীকৈ লোকৰ দেহত ধৰা পৰিল COVID-19ৰ অৱস্থিতি ৷
অসমৰ জৈৱ-বৈচিত্ৰলৈ অহা ভাবুকিক অইল ইণ্ডিয়াই কেৰেপ নকৰেঃ ভাস্কো ডি শইকীয়া
শুকুৰবাৰে বাঘজানৰ ঘটনা সন্দৰ্ভত গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি দলটোৰ সভাপতি ভাস্কো ডি শইকীয়াই চৰকাৰ আৰু অইল কৰ্তৃপক্ষক ভিন্ন দাবী উত্থাপন কৰে ৷