কেবিনেট বৈঠকত বৰাক উপত্যকাৰ বাবে মিনি সচিবালয় সম্পৰ্কত আলোচনা
শনিবাৰে অসম চৰকাৰে বৰাক উপত্যকাৰ বাবে মিনি সচিবালয়ৰ কথা অৱগত কৰিছে ৷ উল্লেখ্য যে, বৰাক উপত্যকাবাসীৰ বাবে মিনি সচিবালয়ৰ দাবী বহু পুৰণি ৷
অপহৃত কুইপৰ দুই বিষয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অইলে
অপহৃত কুইপৰ দুই বিষয়াৰ সম্পৰ্কত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অইল কৰ্তৃপক্ষই ৷ সাংবাদিকক সম্বোধন কৰি কাৰ্যবাহী সঞ্চালক প্ৰশান্ত বৰকটকী কয়, বিষয়টো সমাধানৰ বাবে আলোচনা চলি আছে ৷
মুখ্যমন্ত্ৰী সোণোৱালৰ নেতৃত্বত কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ...
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত 20 ফেব্ৰুৱাৰী, 2021 ৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় বহুকেইটা সিদ্ধান্ত ৷ ইয়াৰ ভিতৰত গুৰুত্বপূৰ্ণ হৈছে চাহ শ্ৰমিকৰ মজুৰি 167 টকাৰ পৰা 217 টকালৈ বৃদ্ধি ৷
সংশোধন হ'ব 'অসম মুক্তি যুঁজাৰু সাহাৰ্য নীতি'
ৰাজ্যৰ মুক্তি যুঁজাৰু সকলৰ সমস্যা সমাধানৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চৰকাৰী বাসগৃহত মুক্তি যোদ্ধাসকলৰ সৈতে এক বৈঠকত মিলিত হয় । এই বৈঠকতে গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷
মাইক্ৰ ফাইন্সেঞ্চৰ কৰ্মচাৰীৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি কঠিয়াতলীত প্ৰতিবাদ
কৃষ্ণ বৈশ্যই 10 ফেব্ৰুৱাৰীত ঋণৰ ধন তুলিবলৈ যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ পৰে আৰু 12 ফেব্ৰুৱাৰীত কন্দলী ফায়েৰিং ফিল্ডৰ কাষৰ জংঘলত ডিঙি কটা অৱস্থাত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ হয় ৷