কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা পলায়নৰ চেষ্টা চলোৱা এজন কৰ'ণা আক্ৰান্তৰ মৃত্যু
কৰ'ণাত আক্ৰান্ত লোকজনক হাস্পতাললৈ নিবৰ সময়তে পলায়নৰ চেষ্টা চলায় । কোৱাৰেন্টাইন কেন্দ্ৰৰ বিদ্যালয় গৃহৰ চিলিঙেৰে পলায়নৰ চেষ্টা চলাওতেই মজিয়াত পৰি গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় লোকজন ।
10 বছৰীয়া পৰশমণিৰ কান্ধত পৰিয়ালৰ গধুৰ দায়িত্ব
আপুনি মই কল্পনা কৰিব নোৱাৰাকৈ জীৱন সংগ্ৰামৰ ৰূঢ় বাস্তৱৰ এখন ছবি এয়া ৷ কঠোৰ জীৱন সংগ্ৰামেৰে মাজেৰে সোণোৱালী শৈশৱ পাৰ কৰিছে এটি শিশুৱে ৷
গোলাঘাট নাৰ্চিং হ'মত পুনৰ 5 জনৰ দেহত কোভিড-19 পজিটিভ
গোলাঘাটত কোভিড-19ক কেন্দ্ৰ কৰি আতংকিত পৰিৱেশ ৷ দুজন কোভিড-19 ত আক্ৰান্তৰ সংস্পৰ্শলৈ অহা 5 গৰাকী লোকৰ দেহত বুধবাৰে কোভিড-19 ৰ অৱস্থিতি ধৰা পৰাৰ পাছতেই হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে গোলাঘাট নাৰ্চিং হ'মত ৷
পুলৱামাত সন্ত্রাসবাদী আৰু ভাৰতীয় সেনাৰ মাজত সংঘৰ্ষ
বিগত কেইমাহ মানৰ পৰাই জম্মু কাশ্মীৰৰ পুলৱামা জিলাত ভাৰতীয় সেনাই সন্ত্রাসবাদীৰ বিৰুদ্ধ অভিযান অব্যাহত ৰাখিছে । বৃহস্পতিবাৰে পুুৱা পুনৰ সন্ত্রাসবাদী আৰু সেনাৰ মাজত সংঘৰ্ষ হয় ।
ডা৹ টি. আও গ্ৰাম্য ক্ৰীড়াংগণ নিৰ্মাণৰ শুভাৰম্ভণী বিধায়ক কেশৱ মহন্তৰ
আনুষ্ঠানিকভাৱে শুভাৰম্ভণী কৰা হয় কলিয়াবৰ মহকুমাৰ ডা৹ টি. আও গ্ৰাম্য ক্ৰীড়াংগণৰ নৱ-নিৰ্মাণৰ কাম ৷ বিধায়কৰ "স্বাক্ষৰ আঁচনি"ৰ 10 কোটি টকাৰ ব্যয় সাপেক্ষ ডা৹ টি. আও গ্ৰাম্য ক্ৰীড়াংগণৰ নৱ-নিৰ্মাণৰ শুভাৰম্ভণী কৰে মন্ত্ৰী কেশৱ মহন্তই ।