জি-৭ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ বিশ্বৰ ১২ গৰাকী নেতাৰে বৈঠক
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্য়স্ত ভ্ৰমণ কাৰ্যসূচী । জাৰ্মানী আৰু সংযুক্ত আৰৱ এমিৰেটছ ভ্ৰমণৰ সময়ত বিশ্বৰ ১২ গৰাকীতকৈও অধিক নেতাৰ সৈতে বৈঠকত মিলিত হ'ব (G7 Summit in Germany)। জি-৭ ৰ নেতাসকলৰ লগতে অতিথি দেশসমূহৰ সৈতে কৰিব দ্বিপাক্ষিক বৈঠক আৰু আলোচনা ।
Maharashtra Political Crisis: এন চি পিৰ প্ৰতিবাদী নেতাক ৰেডিশ্বনৰ সন্মুখৰ পৰা চোঁচৰালে আৰক্ষীয়ে
মহাৰাষ্ট্ৰৰ ৰাজনৈতিক মহা সংকটক লৈ দেশৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে এন চি পিৰ ৰেডিশ্বন ব্লুত প্ৰতিবাদী কাৰ্যসূচী (NCP staged a protest at Radisson Blu in Guwahati )। প্ৰতিবাদকাৰীক আৰক্ষীৰ আধাতে বাধা আৰোপৰ লগতে আটক । মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতাসকলক অসম চৰকাৰে ৰাজ আতিথ্য দিয়াক লৈ কঠোৰ ভাষাৰে সমালোচনা ।
Maharashtra Political crisis: মহাৰাষ্ট্ৰৰ বিসম্বাদী শিবিৰৰ নতুন দল ঘোষণাৰ সম্ভাৱনা
সঘনাই সলনি হৈ আছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক দৃশ্য়পট( Maharashtra political drama)। ইয়াৰ মাজতেই zoom aapৰ জড়িয়তে বিসম্বাদী শিবিৰে সংবাদমেল সম্বধোন কৰাৰ সম্ভাৱনা । দলৰ মুখপাত্ৰ ঘোষণা কৰাৰ সম্ভাৱনা ।
MAHA political crisis: মহাৰাষ্ট্ৰৰ হোটেল ৰাজনীতি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া
আদা বেপাৰীয়ে জাহাজৰ খবৰ লৈ কি লাভ আছে । এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Assam CM reaction on hotel politics)। গুৱাহাটীত মহাৰাষ্ট্ৰৰ হোটেল ৰাজনীতিক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM reaction regarding Maharashtra hotel politics)।
Solar power : দেশৰ বৃহত্তম ভাসমান সৌৰ প্ৰকল্প স্থাপন টাটা পাৱাৰৰ
টাটা সৌৰশক্তি হৈছে টাটা পাৱাৰৰ সম্পূৰ্ণ মালিকানাধীন এক সহায়ক কোম্পানী (Tata Power Solar subsidiary of Tata Power)। এই প্ৰকল্পটো শক্তি ক্ৰয় চুক্তি শ্ৰেণীৰ জৰিয়তে কৰা প্ৰথমটো ভাসমান সৌৰ ফটোভল্টেইক (Floating Solar Photovoltaic) প্ৰকল্প বুলি কোম্পানীটোৱে কয় ।