Sick Satradhikar Basistha Dev Sarma : বুঢ়াসত্ৰীয়াৰ আশু আৰোগ্য কামনাৰ্থে মাজুলীত প্ৰাৰ্থনা সভা
অতি সংকটজনক অৱস্থাত GMCH ত চিকিৎসাধীন হৈ আছে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা (Satradhikar Basistha Dev Sarma admitted in GMCH) ৷ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চিন্তিত হৈ পৰিছে ৰাজ্যৰ সত্ৰীয় সমাজ কিম্বা সাধাৰণ জনগণ ৷
Raid in DTO House: ডিব্ৰুগড় জিলা পৰিবহন বিষয়া বাসগৃহৰ পৰা লাখ লাখ টকা জব্দ
ডিব্ৰুগড় জিলা পৰিবহন বিষয়া সঞ্জীৱ হাজৰিকাৰ বাসগৃহত অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযান ৷ বিষয়াগৰাকীৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে 7,03,800 টকা (Lakhs of rupees seized from DTO residence) ৷
SDGP GP Singh on job scam: ভুৱা প্ৰমাণ পত্ৰৰে চাকৰি লোৱা সকলো গ্ৰেপ্তাৰ হ’ব
অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত বক্ৰ পথেৰে আৰক্ষীৰ চাকৰি লবলৈ গৈ CID জালত পৰিছে কেইবাগৰাকী প্ৰাৰ্থী ৷ ভুৱা প্ৰমাণ পত্ৰৰে চাকৰি লোৱা সকলোকে গ্ৰেপ্তাৰ কৰা হ’ব ( Assam police constable job scam)- বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ক'লে (SDGP GP Singh on job scam) ৷
Helicopter Crashed in Arunachal : অৰুণাচলত দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰৰ উদ্ধাৰ অভিযান অব্যাহত
উজনি চিয়াং জিলাৰ ইয়ংক্ৰিয়ঙৰ ছিনগিং গাঁৱৰ সমীপত ওখ পাহাৰত সীমান্তৰ দিশে উৰামৰাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে । উজনি চিয়াং জিলাৰ সদৰ টুটিঙৰ পৰা ২৫ কিলোমিটাৰ নিলগত এই দুৰ্ঘটনাটো সংঘটিত হয় (Helicopter crashed at upper siang Arunachal) ।
Assam Direct Recruitment: চতুৰ্থ বৰ্গৰ চাকৰিৰ মৌখিক পৰীক্ষাক লৈ সৰৱ বিৰোধী দলপতি
চৰকাৰে চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে অনুষ্ঠিত কৰিব লগা মৌখিক পৰীক্ষাৰ (Viva for 4th grade recruitment) প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিয়োগ প্ৰক্ৰিয়াৰ স্বচ্ছতা বৰ্তাই ৰখাৰ আহ্বান জনাইছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (Leader of opposition Debabrata Saikia opposed) ।