পুনৰ খাকী পোছাকত এছ আই জোনমণি ৰাভা
দীৰ্ঘদিনৰ অন্তত পুনৰ খাকী পোছাকত দেখা গ'ল বিতৰ্কিত আৰক্ষী বিষয়া জোনমণি ৰাভাক । নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত কৰ্তব্য পালনত দেখা গ'ল মহিলা আৰক্ষী বিষয়াগৰাকীক (Junmoni Rabha is busy performing his duties in Nagaon)।
স্বাধীনতা দিৱসৰ দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা
গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে স্বাধীনতা দিৱসৰ কাৰ্যসূচী । অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰে (Assam CM hoisted flag at Khanapara)। পতাকা উত্তোলনৰ পাছতে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
বৰপেটাত মন্ত্ৰী নন্দিতা গাৰ্লোছাই উত্তোলন কৰিলে স্বাধীনতা দিৱসৰ পতাকা
বৰপেটাত ৰাজ্যৰ সমবায় আৰু শক্তি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছাই(Minister for Cooperatives and Energy Nandita Garlosa) দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে(76th Independence day of India) ৷ পতাকা উত্তোলনৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে শ্বহীদ বেদীৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ৷
আম্বানী পৰিয়ালক পুনৰ ভাবুকি দুৰ্বৃ্ত্তৰ
ৰিলায়েন্স ফাউণ্ডেচন হাস্পতাললৈ(Reliance Foundation Hospital) ফোন অচিনাক্ত দুৰ্বৃত্তৰ ৷ ফোনত ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানী আৰু পৰিয়াললৈ দুৰ্বৃ্ত্তৰ ভাবুকি ৷ ঘটনা সন্দৰ্ভত ডিবি মাৰ্গ আৰক্ষী থানাত দাখিল অভিযোগ (DB Marg police station) ৷
মাজুলীত 76 সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে জিলা উপায়ুক্ত পুলক মহন্তই
সমগ্ৰ দেশে আজি পালন কৰিছে গৌৰৱোজ্জ্বল 76 সংখ্যক স্বাধীনতা দিৱস (76th Independence day of India) ৷ দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ মাজুলী গড়মূৰ কাছাৰী মৈদানৰ খেলপথাৰত জিলা প্ৰশাসনৰ তৰফৰ পৰা আড়ম্বপূৰ্ণভাৱে উদযাপন কৰা হয় দেশৰ 76 সংখ্যক স্বাধীনতা দিৱস (76th Independence day celebration in Majuli) ৷