নতুন দল দুটা কংগ্ৰেছৰ বি টীম : মুখ্যমন্ত্ৰী সোণোৱাল
ধৰ্মপুৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ কংগ্ৰেছ-এ আই ইউ ডি এফ অসমীয়াৰ মহাশত্ৰু ।
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে বদলিকৰণ হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃক
ভাৰতীয় নিৰ্বাচন আয়োগে বদলিকৰণৰ নিৰ্দেশ দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ তথা গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাক ৷ শুকুৰবাৰে অসমৰ মুখ্য নিৰ্বাচন বিষয়াক এই নিৰ্দেশ দিয়ে নিৰ্বাচন আয়োগে ৷
জাকিৰ হুছেইনৰ প্ৰচাৰ সভা নহয়, এয়া বিজয় উৎসৱহে: ৰিপুণ বৰা
সৰুক্ষেত্ৰীত জাকিৰ হুছেইন শিকদাৰে পুনৰ প্ৰমাণ কৰিলে নিজৰ জনপ্ৰিয়তা ৷ 40 হাজাৰৰো অধিক সমৰ্থকৰ উপস্থিতিত কয়াকুছিত বিশাল জনসভা ৷ ৰিপুণ বৰাৰ মন্তব্য, সৰুক্ষেত্ৰীত জাকিৰ হুছেইন শিকদাৰৰ নিৰ্বাচনী প্ৰচাৰ সভা নহয়, এয়া জাকিৰ হুছেইনৰ বিজয় উৎসৱ ৷
পুনৰ মেছাকী অইল খাদ অনিৰ্দিষ্টকাললৈ বন্ধৰ ঘোষণা
অইলৰ সৈতে জাতীয় জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ আলোচনা বিফল ৷ মেছাকী অইল খাদ অনিৰ্দিষ্টকাললৈ বন্ধ ৰখাৰ সিদ্ধান্ত বিভিন্ন সংগঠনৰ ৷
ফণীভূষণ চৌধুৰীক বিৰোধিতা কৰিলেই বিপদ ভোটাৰৰ
মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে ভোটাৰক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে । বঙাইগাঁও সমষ্টিৰ বিভিন্ন ঠাইত সংঘটিত এনে ঘটনা ।