অসম

assam

ETV Bharat / state

HS Results 2023: বিজ্ঞান শাখাত শীৰ্ষ 10 স্থানত কোন কোন ? - উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

অৱশেষত প্ৰকাশ পালে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ৷ বিজ্ঞান শাখাত শীৰ্ষ স্থান দখল কৰা 16 পৰীক্ষাৰ্থী কোনো কোন ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

HS Results 2023
HS Results 2023

By

Published : Jun 6, 2023, 9:14 AM IST

Updated : Jun 6, 2023, 12:42 PM IST

নিউজ ডেস্ক, 6 জুন: ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল (Assam HS results 2023) ৷ বিজ্ঞান শাখাত শীৰ্ষ 10 টা স্থান দখল কৰিবলৈ সক্ষম হৈছে মুঠ 16 গৰাকী পৰীক্ষাৰ্থীয়ে (HS Top 10 in science stream) ৷

সৰ্বমুঠ 500 নম্বৰৰ ভিতৰত 484 নম্বৰ লাভ কৰি প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে নিখিলেশ দত্তই ৷

সৰ্বমুঠ 482 নম্বৰ লাভ কৰিব দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছ 3 গৰাকী পৰীক্ষাৰ্থীয়ে ৷ ইয়াৰ ভিতৰত আছে নগাঁৱৰ ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ অভিজিৎ ৰয়,বিশ্বজ্যোতি দাস আৰু ঋষভ উপাধ্যায় ৷

সৰ্বমুঠ 479 নম্বৰ লাভ কৰি তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে নগাঁৱৰ ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ প্ৰাৰ্থনা প্ৰিয়ম শইকীয়াই ৷

সৰ্বমুঠ 478 নম্বৰ লাভ কৰি চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছে ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ সত্যজিৎ কামানে ৷

সৰ্বমুঠ 474 নম্বৰ লাভ কৰি পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছে চৰাইদেউৰ ইলাইট একাডেমীৰ গৌৰাংগজিৎ গগৈয়ে ৷

সৰ্বমুঠ 473 নম্বৰ লাভ কৰি ষষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ভাৰ্গৱ শিৱমে ৷

সৰ্বমুঠ 472 নম্বৰ লাভ কৰি সপ্তম স্থান দখল কৰিবলৈ সক্ষম হৈছে ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ বিকাশজ্যোতি চহৰীয়াই ৷

সৰ্বমুঠ 471 নম্বৰ লাভ কৰি অষ্টম স্থান দখল কৰিবলৈ সক্ষম হৈছে ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ শতৰূপা বৰকাকতিয়ে ৷

470 নম্বৰ লাভ কৰি নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছে মুঠ 3 গৰাকী পৰীক্ষাৰ্থীয়ে ৷ ইয়াৰ ভিতৰত আছে কটন বিশ্ববিদ্যালয়ৰ সায়ান প’ড্ডাৰ, নগাঁৱৰ আলফা বেটা চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ হিমাংশু দত্ত আৰু শিৱসাগৰৰ বেদ একাডেমীৰ কাশ্যপ গগৈয়ে ৷

সৰ্বমুঠ 469 নম্বৰ লাভ কৰি দশম স্থান দখল কৰিবলৈ সক্ষম হৈছে মুঠ তিনিগৰাকী শিক্ষাৰ্থীয়ে ৷ ইয়াৰ ভিতৰত আছে ধুবুৰীৰ শিশু পাঠশালা হায়াৰ চেকেণ্ডাৰী স্কুলৰ নবীন সাহা, ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ কৃষা ডেকা আৰু ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ অভিলাষা হিমাশ্ৰী দাস ৷

লগতে পঢ়ক:Assam HS result 2023 : আজি পুৱা ৯ বজাত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল

Last Updated : Jun 6, 2023, 12:42 PM IST

ABOUT THE AUTHOR

...view details