DAC Election: দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কংগ্ৰেছৰ
দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন সমাগত (Deori Autonomous Council Election) ৷ ২২ জনীয়া সদস্য বিশিষ্ট পৰিষদৰ বাবে আজি প্ৰথমখন তালিকাত ১২ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰে কংগ্ৰেছে ৷ শীঘ্ৰেই ঘোষণা কৰিব বাকী ১০ গৰাকী প্ৰাৰ্থীৰ নাম ৷
Suspected Suicide : দ খাৱৈত উদ্ধাৰ যুৱক-যুৱতীৰ কংকাল
উত্তৰা খণ্ডৰ হৰিদ্বাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা (Skeletons found in Uttarakhand)৷ দেওবাৰে নিশা হৰিদ্বাৰৰ চিদকুল আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গতৰ্গ ডেনচো চকৰ ওচৰৰ এখন পথাৰৰ ওচৰৰ দ খাৱৈত দুটা কংকাল উদ্ধাৰ কৰা হৈছে ৷
Boat Accident In Nalbari : নাও দুৰ্ঘটনাত এজন নিহত, তিনিগৰাকী আহত
নলবাৰী জিলাৰ বৰক্ষেত্ৰী টৈয়দ আলী চৰত সংঘটিত হৈছে নাও দুৰ্ঘটনাৰ ঘটনা (Boat Accident In Nalbari)৷ এই নাও দুটৰ্ঘনাত এজন লোক নিহত হোৱাৰ বিপৰীতে তিনিজন লোক আহত হৈছে ৷
Congress Presidential Poll : ভোটাৰ তালিকাত নাম নাই কমলাক্ষ্য দে পুৰকায়স্থৰ
ভোটাধিকাৰ সাব্যস্ত কৰিবলগীয়া অসমৰ ২৮৯ জনীয়া তালিকাত নাম নাই প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰ্যৰী সভাপতি তথা বিধায়ক কমলাক্ষ্য দে পুৰকায়স্থৰ (Congress Presidential Poll)। কাৰ্যকৰী সভাপতি হিচাপে ভোট দিয়াটো বিচাৰিছিল কমলাক্ষ্যই । বহুতৰে ক্ষোভ থকাটো স্বাভাৱিক বুলি ক'লে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে ।
Anup Chetia's daughter marriage: অসমৰ জোঁৱাই হোৱা হ'লে ময়ো ভাল পালোহেঁতেন: অনুপ চেতিয়া
বাংলাদেশৰ যুৱকৰে কন্যাৰ বিবাহ(Anup Chetia daughter marriage with Bangladeshi boy) ৷ যাৰ বাবে এতিয়া বিতৰ্কৰৰ্ক সন্মুখীন হৈছে অসমৰ বিদ্ৰোহী সংগঠন আলফাৰ নেতা অনুপ চেতিয়া ৷ এই বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অনুপ চেতিয়াই(ULFA leader Anup Chetia) ।