Film Demonstration at BKB College : বিৰিঞ্চি কুমাৰ বৰুৱা মহবিদ্যালয়ত ‘ভাল কথাছবিৰ ৰসাস্বাদন’
নগাঁও জিলাৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান ড৽ বিৰিঞ্চি কুমাৰ বৰুৱা মহবিদ্যালয়ত চুটিছবি ‘কাচিচিনিথো’ আৰু ‘সন্ধানী’ নামৰ গ্ৰন্থ উন্মোচন (Nagaon BKB college) । শনিবাৰে মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ প্ৰাক্তন ছাত্ৰ সন্মিলন আৰু অসমীয়া বিভাগৰ দ্বাৰা অনুষ্ঠিত কৰা হয় এই বিশেষ অনুষ্ঠান ।
Shashi Tharoor in Guwahati : গুৱাহাটীত শশী থাৰুৰৰ নিৰ্বাচনী প্ৰচাৰ অভিযান
সমাগত দেশৰ কংগ্ৰেছ সভাপতি নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ 19 অক্টোবৰত হ’ব ভোট গণনা ৷ যাৰ বাবে ইতিমধ্যে তুংগত উঠিছে নিৰ্বা চনী প্ৰচাৰ ৷ এই নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ শনিবাৰে গুৱাহাটীত উপস্থিত হয় কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী লোকসভাৰ সাংসদ শশী থাৰুৰ (MP Shashi Tharoor in Guwahati)৷
AICC presidential poll: বিহু দেখি ৰ'বই নোৱাৰিলে থাৰুৰে
বিহু অসমৰ জাতীয় উৎসৱ (Bihu is the festival of Assam) ৷ ক’ৰবাত দূৰৈত ৰিণিকি ৰিণিকি ঢোলৰ মাত শুনিলেই দেহ-মন নাচি উঠে অসমীয়াৰ ৷ পিছে অকল অসমীয়া বুলি ক’লে ভুল হ’ব ৷ ঢোল-পেঁপাৰ মাত শুনিলে সকলোৰে এপাক নাচিবলৈ মন যায় (Assamese traditional Bihu dance) ৷ এইবাৰ ৰাজীৱ ভৱনত এপাক বিহু নাচিলে লোকসভাৰ সাংসদ শশী থাৰুৰে (Shashi Tharoor joins Bihu dancers)৷
Premier League football : বাক্সাৰ প্ৰথম আন্তঃ ষষ্ঠ পৰিষদীয় প্ৰিমিয়াৰ লীগ ফুটবলত কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ জয়
শনিবাৰে বাক্সা জিলাৰ মুছলপুৰত চলি থকা প্ৰথম আন্তঃ ষষ্ঠ পৰিষদীয় প্ৰিমিয়াৰ লীগ ফুটবল(Premier League football) খেল বাক্সা জিলাৰ বাথৌপুৰী ক্ৰীড়া কমপ্লেক্স খেলপথাৰত অনুষ্ঠিত হয় ৷ এই খেলত কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদে(Karbi Anglong Autonomous Council) ত্ৰিপুৰা স্বায়ত্ব শাসিত জিলা পৰিষদক(Tripura Autonomous District Council) ১-০ গ’লত পৰাজিত কৰে।
Eviction drive in Biswanath : বৰগাং আছুৰ কাৰ্যালয়ত পৰিল প্ৰশাসনৰ হাতোৰা
বিহালী বৰগাঙত প্ৰশাসনৰ উচ্ছেদ অভিযান (Eviction drive at Borgang ASSU office)। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এসময়ত শুভ উদ্বোধন কৰা আছুৰ কাৰ্যালয়ত চলিল প্ৰশাসনৰ হাতোৰা ৷