বেলজিয়ামলৈ ভাৰতৰ উচ্চায়ুক্ত নিযুক্ত সন্তোষ ঝা
1993 বৰ্ষৰ সৰ্বভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া সন্তোষ ঝাক বেলজিয়ামত ভাৰতৰ উচ্চায়ুক্ত নিযুক্তি দিয়া হৈছে ৷ সদ্যহাতে উজবেকিস্তানত ভাৰতৰ উচ্চায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল বিষয়াগৰাকীয়ে ৷
ৰাম মন্দিৰৰ 'ভূমি পূজন'ৰ প্রস্তুতিৰ পর্যালোচনা কৰিব মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে
কোভিড -১৯ সংকটৰ কাৰণে প্ৰধানমন্ত্ৰীয়েঅনুষ্ঠানত প্ৰত্যক্ষভাবে অংশগ্ৰহণ কৰাৰ পৰিবৰ্তে ভিডিঅ' লিঙ্কেৰ মাধ্যমত উপস্থিত থকাৰহে কথা বিশেষ সূত্ৰে জানিব পৰা হৈছে ।
ইছলামাবাদত দুই ভাৰতীয় কূটনীতিকক আটক !
ইছলামাবাদস্থিত ভাৰতীয় দূতাবাসত কৰ্মৰত দুগৰাকীকৈ চিআএছএফৰ বিষয়াক আটক ইছলামাবাদ আৰক্ষীৰ । এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি সোমবাৰে এগৰাকী চালকসহ কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনীৰ বিষয়া দুজনক ইছলামাবাদত আটক কৰিলে আৰক্ষীয়ে ।
দিল্লীত দৈনিক 18000 লৈ বৃদ্ধি হ'ব COVID-19ৰ পৰীক্ষণ
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু দিল্লী চৰকাৰৰ মাজত হোৱা বৈঠকৰ পাচত আপ আৰু BJP দুয়োটা দলে ৰাজনৈতিক ভেদাভেদ পৰিহাৰ কৰি একগোট হৈ কৰ'ণাৰ বিৰুদ্ধে যুঁজ কৰিবলৈ আগবাঢ়িছে ।
হোজাইত উৎত্থান ঘটিছে বদৰুদ্দিনৰ আন এজন প্ৰতিদ্বন্দীৰ
ইমান দিনে হয়তো অসমৰ ৰাইজে আজমল পৰিয়ালক বিভিন্ন সামাজিক কাম কাজ আৰু ৰাজনীতিৰ লগত জড়িত থকাৰ প্ৰত্যক্ষ কৰি আহিছে । কিন্তু অসমৰ অন্য এজন সু-সন্তান এইছএছএমএম গ্ৰুপ অফ্ কোম্পানীৰ অধ্যক্ষ হাবিব মহম্মদ চৌধুৰীয়ে বৰ্তমান সংকট কালত দুখীয়া দৰিদ্ৰৰ কাষ চাপিছে ।