বাঘজানৰ ঘটনা তদন্তৰ বাবে তিনিজনীয়া কমিটী গঠন
বাঘজান তৈলক্ষেত্ৰৰ অগ্নিকাণ্ডৰ ঘটনাক লৈ ৩জনীয়া উচ্চস্তৰীয় কমিটী গঠন কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ৰ ৷
বাঘজান তৈল্যখাদ বিস্ফোৰণ : প্ৰত্যক্ষদৰ্শীৰ মুখেৰে হুবহু বিৱৰণ !
বাঘজানৰ ভয়ংকৰ অগ্নিকাণ্ডৰ সাক্ষী হৈ ৰোৱা শিৱসাগৰৰ অ' এন জি চিৰ অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰী আকাশ জ্যোতি দাসৰ ভয়ংকৰ বৰ্ণনা ৷ কেনেকৈ জ্বলি উঠিছিল তৈল্যখাদটো ৷
বিধ্বংসী অগ্নিকাণ্ডত জাহ গ'ল দুটা ঘৰৰ দহ লক্ষাধিক টকাৰ সম্পত্তি
পাথাৰকান্দিৰ তিনোখাল'ত ভয়ংকৰ অগ্নিকাণ্ড । ভষ্মীভূত দুটাকৈ বাসগৃহৰ লগতে এখন দোকান ।
ৰাইজৰ মাজলৈ গৈ বিপদত পৰিল কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী
কোৱাৰেনণ্টাইন নিয়ম উলংঘনৰ অভিযোগ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে ৷ এদিন কোৱাৰেন্টাইনত থাকিয়েই কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে তিনিচুকীয়া আৱৰ্ত ভৱনত গৈ আলোচনাত মিলিত হোৱাৰ লগতে বাঘজানৰ পৰিস্থিতি বুজ ল'বলৈ গৈছিল মন্ত্ৰীগৰাকী ৷
হোজাইৰ পাচত লংকাত ৰেলৰ চেইন টানি পলাল যাত্ৰী
লংকাত ৰেলৰ চেইন টানি যাত্ৰীৰ পলায়ন। উজনিমুৱা শ্ৰমিক ব্ৰহ্মপুত্ৰ মেইলৰ চেইন টানি পলায়ন যাত্ৰীৰ।