উত্তৰ প্ৰদেশৰ সন্ত্ৰাস বিৰোধী স্কোৱাডৰ জালত অস্ত্ৰ সৰবৰাহকাৰী
দেওবাৰে উত্তৰ প্ৰদেশৰ সন্ত্ৰাস বিৰোধী স্কোৱাডে গ্ৰেপ্তাৰ কৰে এজন খালিস্তানী সন্ত্ৰীসবাদীক । দীৰ্ঘদিন ধৰি খালিস্তানী সন্ত্ৰীসবাদীক অস্ত্ৰ যোগান ধৰি অহাৰ অভিযোগতে গ্ৰেপ্তাৰ কৰে যাদৱ মেৰঠ নামৰ ব্যক্তিজনক ।
7.2 কোটি মাৰ্কিন ডলাৰ ব্যয়েৰে পেচোৱাৰৰ পৰা কৰাচীলৈ ৰেলপথ উন্নীতকৰণ প্ৰকল্প পাকিস্তানৰ
চিপিইচিৰ অধীনত পেচোৱাৰৰ পৰা কৰাচীলৈ ৰেলৱে' উন্নীতকৰণ প্ৰকল্প অনুমোদন কৰিছে পাকিস্তানে ৷ পাকিস্তানৰ চেন্ট্ৰেল ডেভেলপমেন্ট ৱৰ্কিং পাৰ্টীয়ে দেওবাৰে পাকিস্তান ৰেলৱে'ৰ মেইন লাইন-1ত অনুমোদন জনায় ৷
পি আই বিৰ মুখ্য নিৰ্দেশক কে এছ ধাতৱালিয়াৰ দেহত ক'ভিড-19
পি আই বিৰ মুখ্য নিৰ্দেশক কে এছ ধাতৱালিয়াৰ দেহত ধৰা পৰিছে ক'ভিড-19ৰ অৱস্থিতি ৷ সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে নেশ্যনেল মিডিয়া চেন্টাৰস্থিত অট্টালিকা ৷
উদ্ধৱ থাকৰেয়ে প্ৰশংসা কৰিলে অভিনেতা চনু সুদক
অভিনেতা চনু সুদক প্ৰশংসা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ ৷ দেওবাৰে নিশা সুৱৰ্ণ মুম্বাইৰ মাটোশ্ৰীস্থিত বাসগৃহত মুখ্যমন্ত্ৰী থাকৰেক সাক্ষাৎ কৰে অভিনেতাগৰাকীয়ে ৷
ভাৰত-পাক সীমান্তত পাকিস্তানৰ বাৰম্বাৰ যুদ্ধ বিৰতি উলংঘন !
ভাৰত-পাক সীমান্তত যুদ্ধ বিৰতি উলংঘা পাক সেনাৰ ৷ দেওৱাৰ দুবাৰকৈ গুলীচালনা পাকিস্তানী সেনাৰ ৷