গুৱাহাটীত মেডিকেল ৰিপ্ৰেজেনটেটিভৰ দেহত কোভিড-19 পজিটিভ
যুৱক জন নাৰেংগীৰ 2 নং কেন্দ্ৰগুৰিৰ জয়ন্ত দাস(22) বুলি প্ৰকাশ কৰিছে প্ৰশাসনে ৷
পুনৰ নলবাৰীৰ যুৱক আক্ৰান্ত কোভিড-19ত
যুৱকজন কাৰ-কাৰ কেনেকৈ সংস্পৰ্শলৈ আহিছিল তাৰ তথ্য বৰ্তমানলৈ পোৱা হোৱা নাই । ইতিমধ্যেই যুৱকজনক নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালৈ 108 যোগে প্ৰেৰণ কৰা হৈছে ৷
গোৰেশ্বৰত গণ সংক্ৰমনৰ দিশে কৰ'ণা, ই-ৰিক্সাই মাতিছে বিপদ
এখন ই-ৰিক্সাৰ ফলত কৰ'ণা ভাইৰাছৰ গণ সংক্ৰমনৰ দিশে গতি কৰিছে তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰ নগৰ । ই-ৰিক্সাৰে ঘৰলৈ যোৱা লোক দুজনৰ যোৱাকালি কৰ'ণা পজিটিভ ফলাফল আহিছে ৷
বঙাইগাৱঁত গাওঁ পঞ্চায়তৰ সহযোগত নিৰ্মাণ কোৱাৰেন্টাইন কেন্দ্ৰ
বঙাইগাৱঁত গাৱঁবাসীয়ে মুলাগাওঁ গাওঁ পঞ্চায়তৰ সহযোগত সাজি উলিয়াইছে আটক-ধুনীয়া কোৱাৰেন্টাইন গৃহ ।
পশ্চিমবংগত কৰ'ণাত মৃত্যুৰ সংখ্যা 475 গৰাকীলৈ বৃদ্ধি
বিগত 24 ঘন্টাত ৰাজ্যখনত 389 গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড-19 ৰ অৱস্থিতি ৷