ৰাম মন্দিৰৰ 'ভূমি পূজন'ৰ প্রস্তুতিৰ পর্যালোচনা কৰিব মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে
কোভিড -১৯ সংকটৰ কাৰণে প্ৰধানমন্ত্ৰীয়েঅনুষ্ঠানত প্ৰত্যক্ষভাবে অংশগ্ৰহণ কৰাৰ পৰিবৰ্তে ভিডিঅ' লিঙ্কেৰ মাধ্যমত উপস্থিত থকাৰহে কথা বিশেষ সূত্ৰে জানিব পৰা হৈছে ।
ইছলামাবাদত দুই ভাৰতীয় কূটনীতিকক আটক !
ইছলামাবাদস্থিত ভাৰতীয় দূতাবাসত কৰ্মৰত দুগৰাকীকৈ চিআএছএফৰ বিষয়াক আটক ইছলামাবাদ আৰক্ষীৰ । এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি সোমবাৰে এগৰাকী চালকসহ কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনীৰ বিষয়া দুজনক ইছলামাবাদত আটক কৰিলে আৰক্ষীয়ে ।
নেপালৰ লগত আলোচনাৰ মাধ্যমেৰে ভুল বুজাবুজিৰ অৱসান ঘটোৱাত বিশ্বাসী চৰকাৰ- ৰাজনাথ সিং
নেপালৰ সংসদত শনিবাৰে সীমান্তৰ তিনিটা ৰণনৈতিক অঞ্চলক দাবী কৰি সৰ্বসম্মতভাবে দেশখনৰ নতুন ৰাজনৈতিক মানচিত্ৰ প্ৰস্তুত কৰাৰ বাবে সংবিধান সংশোধনৰ কাৰণে ভোটদান হৈছিল ।
জম্মু-কাশ্মীৰত পুনৰ পাক সেনাৰ যুদ্ধ বিৰতি উলংঘা
জম্মু-কাশ্মীৰৰ তংগাধৰ চেক্টৰত মঙলবাৰে পুনৰ যুদ্ধ বিৰতি উলংঘা কৰে পাকিস্তানী সেনাই । তংগাধৰ চেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত গুলিবৰ্ষন কৰে পাক সেনাই ।
ছোপিয়ানত এনকাউন্টাৰত নিহত তিনি সন্ত্ৰাসবাদী
জম্মু-কাশ্মীৰৰ ছোপিয়ান জিলাৰ তুৰ্কৱাংগাম অঞ্চলত মঙলবাৰে পুৱা ভাৰতীয় সেনা, আৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা এনকাউন্টাৰত নিহত হৈছে তিনিজনকৈ সন্ত্ৰাসবাদী ৷