Unlock-1 ত চৰকাৰৰ ছবি সম্বলিত নিৰ্দেশাৱলী
Unlock 1 ৰ সময়ছোৱাত কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা দিনক দিনে ভয়াবহভাবে বৃদ্ধি পাই অহাৰ ফলত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে শুকুৰবাৰে কিছু নিৰ্দেশাৱলী প্ৰকাশ কৰিছে ৷ এই নিৰ্দেশাৱলী অনুসৰি ৰেষ্টুৰেন্ট, হোটেল, ধৰ্মীয় অনুষ্ঠান, শ্বপিং মল আৰু কাৰ্যালয়সমূহত গ্ৰহণ কৰিব লাগিব কিছুমান বিশেষ সতৰ্কতামূলক ব্যৱস্থা ৷
ভাৰত, লাও PDR য়ে COVID ৰ পাচত বৈশ্বিক সহযোগিতাৰ বাবে সন্মতি
এক অফিচিয়েল বিবৃতিত কোৱা হয় যে, লাও PDR চৰকাৰে কৰ'ণা ভাইৰাছ ৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কতো মোডীয়ে প্ৰশংসা আগবঢ়ায় ৷
ডেহৰাডুনত IMA ৰ পাছিং আউট পেৰেড সম্পন্ন
IMA ৰ পাছিং আউট পেৰেডত এই বৰ্ষত সৰ্বাধিক উত্তৰ প্ৰদেশৰ পৰা 66 গৰাকী কেডেটে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ 39 গৰাকীকৈ কেডেট উত্তীৰ্ণ হৈ দ্বিতীয় স্থানত আছে হাৰিয়ানা ৷
দিল্লীৰ আপ বিধায়কে দান কৰিলে প্লাজমা
শুকুৰবাৰে কৰ'ণাত আক্ৰান্ত বায়ু সেনাৰ বিষয়াক প্লাজমা দান কৰে দিল্লীৰ কাৰোল বাগৰ আম আদমীৰ বিধায়ক বিভেশ ৰবিয়ে । কৰ'ণা মুক্ত হোৱাৰ পাচতে বিধায়ক গৰাকী আৰু তেখেতৰ ভাতৃয়ে দান কৰে প্লাজমা ।
অৰুণাচল প্ৰদেশৰ ৰাজ্যসভাৰ আসন দখল বিজেপি প্ৰাৰ্থী নবাম ৰেবিয়াৰ
অৰুণাচল প্ৰদেশৰ ৰাজ্যসভাৰ একমাত্ৰ আসনখন দখল কৰিলে বিজেপিয়ে । শুকুৰবাৰে বিজেপি প্ৰাৰ্থী নবাম ৰেবিয়াই দখল কৰে একমাত্ৰ আসনখন । আনহাতে, আগন্তুক ১৯ জুনত মণিপুৰ, মেঘালয় আৰু মিজোৰামত অনুষ্ঠিত হ'ব ৰাজ্যসভা নিৰ্বাচন ।