SI কাণ্ডৰ সৈতেও জড়িত বৰপেটাত গ্ৰেপ্তাৰ হোৱা ৰেলৱে কৰ্মচাৰী দেৱৰাজ দাস
বৰপেটা গান্ধীনগৰৰ ৰেলৱে বিভাগৰ কৰ্মচাৰী দেৱৰাজ দাসৰ ঘৰত নগদ ধন উদ্ধাৰৰ ঘটনাক লৈ বৰপেটাৰ আৰক্ষী অধীক্ষকৰ সংবাদমেল ৷
পাণ্ডুত চোৰৰ লুটপাতঃ সমগ্ৰ দৃশ্য বন্দী হ’ল চিচি টিভি কেমেৰাত
আলমিৰাৰ তলা ভাঙি নগদ ৫ লাখ টকা আৰু দহ তোলা সোণ লৈ পলায়ন কৰে তিনি চোৰে। এই চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰ'ল এপাৰ্টমেণ্টটোত সংস্থাপিত চিচি টিভি কেমেৰাত ৷
মালিগাঁও উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপনৰ প্ৰস্তুতিৰ বুজ ল'লে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই
মালিগাঁওবাসীয়ে চৰকাৰক দীৰ্ঘদিন ধৰি দাবী জনাই আছিল অঞ্চলটোত যানজঁট ৰোধৰ বাবে এক ফলপ্ৰসূ পদক্ষেপ ল'বলৈ। সেই দাবী অচিৰেই পূৰণ হোৱাৰ পথত।
নাৰী নিৰ্যাতনৰ বিৰুদ্ধে দিঘলীপুখুৰীৰ পাৰত প্ৰতিবাদ
শেহতীয়াকৈ দেশজুৰি বৃদ্ধি পাই অহা নাৰী নিৰ্যাতনৰ অপৰাধজনীত ঘটনাৰ বিৰুদ্ধে বিশ্ব মহিলা সংগঠনৰ লগতে আন বহুকেইটা সংগঠনে মহানগৰীত সাব্যস্ত কৰে প্ৰতিবাদ ৷
আধাৰশিলা স্থাপনত ব্যস্ত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী
নিৰ্বাচনৰ প্ৰাকক্ষণত নলবাৰীৰ ধৰ্মপুৰলৈ সঘন আহ-যাহ অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ ন ন আঁচনিৰে ভোটাৰৰ লগতে সাধাৰণ ৰাইজক আকৰ্ষিত কৰিবলৈ কোনো ক্ৰটি এৰা নাই মন্ত্ৰী পাটোৱাৰীয়ে ৷
অক্ষয় টেলি কমিউনিকেচনত চিআইডিৰ হাতোৰা
বঙাইগাঁৱত মহানগৰীস্থিত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ আৰক্ষীৰ দলৰ অভিযান ৷ শনিবাৰে আৰক্ষীৰ দলটোৱে ৰাজ্যত সংঘটিত SI পৰীক্ষা কাণ্ডৰ সন্দৰ্ভত অক্ষয় টেলি কমিউনিকেচনৰ স্বত্বাধিকাৰীৰ বঙাইগাঁৱত থকা এক অট্টালিকাত অভিযান চলায় ৷
যোৰহাট আৰক্ষীৰ জালত ভুৱা চি বি আই বিষয়া
যোৰহাটৰ আই এচ বি টিৰ পৰা গ্ৰেপ্তাৰ ভুৱা চি বি আই বিষয়া ৷ আটাকাধীন যুৱকজনৰ নাম জয়ন্ত কৰ আৰু ঘৰ বংগৰ গোবিন্দপুৰৰ উত্তৰ বাৰেলীৰ কুৰেৰ মাৰ্গত ৷
কংগ্ৰেছৰ পৰা বহিষ্কাৰ ৰুমী নাথক
প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰুমী নাথক কংগ্ৰেছৰ পৰা বহিষ্কাৰ ৷ শনিবাৰে দলৰ পৰা বহিস্কাৰ কৰা হয় বিতৰ্কিত বিধায়িকা গৰাকীক ৷
৪২ টা কল্ড ষ্ট'ৰেজৰ ১৬ টাহে কাৰ্যক্ষমঃ কি কয় উদ্যান শস্য সঞ্চালকে ?
ৰাজ্য চৰকাৰৰ উদ্যান শস্য বিভাগৰ সঞ্চালক আব্দুল জলিলে ইটিভি ভাৰতৰ আগত এই তথ্য প্ৰকাশ কৰি কয় যে, এই ৪২ টা কল্ড ষ্টৰেজৰ ভিতৰত মাত্ৰ ১৬ টাহে সম্প্ৰতি ব্যৱহাৰ কৰিব পৰা অৱস্থাত আছে ।
যুৱতীৰ ম’বাইল থপিয়াই চাদ্দাম সোমাল ৰঙাঘৰত
নগাঁৱত দিন দুপৰতে এটা চিলনী চোৰক কৰায়ত্ত কৰি ৰাইজে শোধালে উত্তম মাধ্যম। শনিবাৰে চহৰৰ ঢাকাইপট্টিৰ পৰা ৰাইজে কৰায়ত্ত কৰে চিলনী চোৰটোক।এগৰাকী যুৱতীৰ মবাইল কাঢ়ি নিয়াৰ চেষ্টা কৰাৰ সময়ত যুৱতী গৰাকীয়ে চিঞৰ বাখৰ কৰাত ৰাইজে চোৰটোক কৰায়ত্ত কৰে। ধৃত চোৰটো নগাঁৱৰ ম'হখুলিৰ চাদ্দাম হুছেইন।