মহামৃত্যুঞ্জয় মন্দিৰত মুখ্যমন্ত্ৰীৰ সহধৰ্মিনী: অৱসান ঘটিল মন্দিৰৰ বিতৰ্কৰ
নগাঁও মহামৃত্যুঞ্জয় মন্দিৰ(Maha Mrityunjay Mandir)ক লৈ শেহতীয়াকৈ হোৱা বিতৰ্কৰ সন্দৰ্ভত বুধবাৰে পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজৰ মাজত বৈঠক অনুষ্ঠিত হয় ।
অভিষেক বেনাৰ্জীৰ নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে অসমৰ সাংবাদিকক দুৰ্ব্যৱহাৰৰ অভিযোগ
এদিনীয়া ভ্ৰমণৰ কাৰ্যসূচীৰে বুধবাৰে অসমলৈ আহিছিল তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা সাংসদ অভিষেক বেনাৰ্জী (Abhishek Banarjee in Assam)। তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীৰ নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে উত্থাপিত হৈছে সাংবাদিকক দুৰ্ব্যৱহাৰৰ অভিযোগ (Allegation of misbehave against West Bangal Police) ৷
Death Penalty by ULFA: তিনিচুকীয়াৰ আন এজন যুৱককো আলফা স্বাধীনৰ মৃত্যদণ্ড !
চলিত বছৰৰ জানুৱাৰী মাহতে আলফা(স্বা)ৰ শিৱিৰত মৃত্যুদণ্ড বিহা হৈছিল তিনিচুকীয়াৰ এজন যুৱকক ৷ পোহৰলৈ নহা এই তথ্য প্ৰকাশ কৰিছে আটকাধীন এজন আলফা(স্বা)ৰ এজন সদস্যই ৷ 2020 চনৰ কা আন্দোলনৰ সময়ত আলফা(স্বা)ত যোগদান কৰা বিজু গগৈ ওৰফে ভাগ্য অসমক মৃত্যুদণ্ড বিহা হৈছিল এই বৰ্ষৰে জানুৱাৰী মাহত (Death Penalty by ULFA I) ৷
'কা' সন্দৰ্ভত পূৰ্বৰ স্থিতিতে অটল আছে তৃণমূল কংগ্ৰেছ
'কা' সন্দৰ্ভত পূৰ্বৰ স্থিতিতে অটল আছে তৃণমূল কংগ্ৰেছ ৷ এই মন্তব্য় তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ । 'কা' দেশত বলবৎ হোৱাৰ আঢ়ৈ বছৰৰ পিছতো ইয়াৰ নিয়মাৱলী প্ৰস্তুত কৰা নহ'ল । অমিত শ্বাহে পশ্চিমবংগত ক'ভিড শেষ হ'লে 'কা' বলবৎ কৰিম বুলি কয় আৰু ইয়াৰ বিপৰীতে অসমত আইনখনক লৈ অসমত নীৰৱ ভূমিকা পালন কৰে ।
Gunotsav Assam 2022: এই গুনোৎসৱে নিৰ্নয় কৰিব পাৰিব নে ৰাজহুৱা খণ্ডৰ শিক্ষাৰ মান ?
প্ৰায় তিনিটা বছৰৰ ব্যৱধানত ৰাজ্যত পুনৰ আৰম্ভ হোৱা গুণোৎসৱে(Gunotsav 2022) নিৰ্ধাৰণ কৰিব পাৰিবনে ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ শিক্ষাৰ শেহতীয়া মান? ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নিজেই গাঁৱত উপস্থিত হৈ গুণোৎসৱত ভাগ লোৱাৰ সময়তে ৰাজ্যৰ শিক্ষাৰ আন্তঃগাঁথনি আৰু শিক্ষণ প্ৰণালীৰ মান সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত হৈছে ।