এইখন হিমন্ত বিশ্ব শৰ্মাৰ অসম নহয়, এইখন শংকৰদেৱৰ অসম: জিগনেশ মেৱানী
এইখন হিমন্ত বিশ্ব শৰ্মাৰ অসম নহয়, এইখন শংকৰদেৱৰ অসম ৷ অসমৰ বাৰেৰহনীয়া সংস্কৃতিক মই উদযাপন কৰোঁ (Jignesh Mevani says about Sankardev) ৷
Jihadi in Assam: ৰাজ্যত চিনাক্ত কৰা হৈছে তিনিটাকৈ জেহাদী সংগঠনৰ গোট
ৰাজ্যত শিপা মেলিছে জেহাদী সংগঠনে (Jihadi in Assam)৷ ইতিমধ্যে চিনাক্ত কৰা হৈছে জেহাদীৰ তিনিটা গোট ৷ আৰক্ষীৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে এই কথা ৷
KAAC ELECTION 2022 : ধনশিৰি পৰিষদীয় সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীৰ শক্তি প্ৰদৰ্শন
ক্ৰমাৎ উত্তপ্ত হৈ উঠিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন (Karbi Anglong Autonomous Council Election 2022) ৷ নিৰ্বাচনৰ প্ৰচাৰত উঠি পৰি লাগিছে প্ৰাৰ্থীসকল ৷
ভাৰতে নিৰ্মাণ কৰিব হাইড্ৰ'জেন ইন্ধনযুক্ত প্রথমখন থলুৱা বৈদ্যুতিক জাহাজ
কোচিত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয়ে কোচিন শ্বিপয়ার্ড লিমিটেড (Cochin Shipyard Limited) আৰু শক্তি তথা সম্পদ প্ৰতিষ্ঠানৰ সৈতে যুটীয়াভাৱে আয়োজন কৰা সেউজ পৰিবহণ সম্পৰ্কীয় কর্মশালাত মন্ত্রী সর্বানন্দ সোণোৱাল ।
গোলাঘাটত বন্যহস্তীৰ কৰুণ মৃত্যু
গোলাঘাট জিলাৰ তিনি নং ৰংবং জেকচন গ্ৰান্টত এটা বন্যহস্তীৰ কৰুণ মৃত্যু (Wild elephant dies in Golaghat) । পথাৰৰ মাজত উদ্ধাৰ এটা বনৰীয়া হাতীটোৰ মৃতদেহ (Body of a wild elephant found in field) ।