ভাৰত-ম্যানমাৰ সীমান্তৰ পৰা উগ্ৰপন্থীয়ে মুকলি কৰি দিলে টিংখাঙৰ হীৰেন কোঁচক
পাঁচজনীয়া উগ্ৰপন্থীৰ দলে অপহৰণ কৰি ভাৰত-ম্যানমাৰ সীমান্তৰ এটা বস্তি অঞ্চলত আৱদ্ধ কৰি ৰাখিছিল টিংখাঙৰ হীৰেন কোঁচক (Kidnapped Assam man Hiren Koch) ৷ অৱশেষত আৰক্ষীয়ে পৰিয়ালৰ হাতত চমজাই দিলে হীৰেন কোঁচক ৷
Asam Sahitya Sabha goes digital: ডিজিটেল হ’ল অসম সাহিত্য সভা
এতিয়াৰে পৰা ডিজিটেল হল অসম সাহিত্য সভা (Assam Sahitya Sabha to operate digitally from now) । ডিজিটেল গ্ৰন্থকোষ, ইউটিউব চেনেল, পডকাষ্টৰ সৈতে ন-ৰূপত অসম সাহিত্য সভা ৷
বিহুক পাঠ্যক্ৰমৰ পৰা আঁতৰোৱাৰ বিষয়ক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া; শিক্ষামন্ত্ৰীৰ স্পষ্টিকৰণ
দেওবাৰে বিহু সন্দৰ্ভত মুখ খুলিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Ranoj Pegu on Bihu Removal) । কি ক’লে জানিবলৈ পঢ়ক সবিশেষ...
উত্তৰাখণ্ড বিতৰ্ক : মুখ্যমন্ত্ৰী হিমন্তৰ বিৰুদ্ধে মহাৰাষ্ট্ৰত কংগ্ৰেছৰ গোচৰ
ৰাহুল গান্ধীৰ পিতৃৰ পৰিচয় সন্দৰ্ভত উত্তৰাখণ্ডত বিতৰ্কিত মন্তব্য কৰি এখনৰ পিছত আনখন ৰাজ্যত সমালোচিত হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷
একচনীয়া পট্টা তৌজিবাহী খাজনা নাইকিয়া কৰাৰ পোষকতা মুখ্যমন্ত্রীৰ
মিছন বসুন্ধৰাৰ অগ্ৰগতি সম্পৰ্কত অতিৰিক্ত উপায়ুক্ত (ৰাজহ), ৰাজহ চক্ৰ বিষয়া আৰু সংলগ্ন চক্ৰ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ পর্যালোচনা সভা (Review meeting on Mission Basundhara)। মিছন বসুন্ধৰা যাতে ৰাজহ ব্যৱস্থাপনাৰ এক উজ্জ্বল নিদর্শন হিচাপে পৰিগণিত হয়, তাৰবাবে নিষ্ঠাৰে কাম কৰাৰ বাবে সকলো বিষয়-কৰ্মচাৰীক আহ্বান মুখ্যমন্ত্ৰীৰ ।