Tragic incident in Barpeta : একেটা পৰিয়ালৰ তিনিজনৰ মৃত্যু, 4 জন চিকিৎসাধীন
বৰপেটাৰোডৰ সমীপৰ উত্তৰ চাফাকামাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ এসপ্তাহৰ ভিতৰতে একেটা পৰিয়ালৰ তিনি গৰাকী লোকৰ মৃত্যু (Three people from same family dieds within a week) হোৱাৰ লগতে 4 জন লোক গুৰুতৰ ভাৱে অসুস্থ হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে ৷ এই ঘটনা সংঘটিত হৈছে উত্তৰ চাফাকামাৰৰ আব্দুৰ ৰহমানৰ ঘৰত ৷
Urban Development: ৰাজ্যৰ সকলো নগৰৰ উন্নয়নৰ বাবে চৰকাৰৰ সিদ্ধান্ত
ৰাজ্যৰ চহৰকেইখনক এক নতুন ৰূপ দিয়াৰ চেষ্টা ৰাজ্য চৰকাৰৰ (Government decides to develop all cities in Assam) ৷ আগন্তুক কেইটামান বছৰৰ ভিতৰত ৰাজ্যৰ প্ৰতিখন জিলাত বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা সকলো জিলা পৰ্যায়ৰ কাৰ্যালয়সমূহ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ কাষলৈ স্থানান্তৰিত কৰা হ'ব ৷
গাখীৰত তিয়াই থ’লেই কয়লা কেতিয়াও সােণ নহয়: ভূপেন বৰা
কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লৈ উত্তৰাখণ্ডৰ সভাত হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যকলৈ প্ৰদেশ কংগ্ৰেছৰ প্ৰতিক্ৰিয়া (APCC president reaction on CM comment) ।
Assam municipal election: পৌৰ নিৰ্বাচনৰ বাবে সাজু শোণিতপুৰ জিলা প্ৰশাসন
পৌৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে সাজু হৈছে শোণিতপুৰ জিলা প্ৰশাসন (Sonitpur administration gear up before Municipal election) ৷ লগতে উথপ-থপ লাগিছে ৰাজনৈতিক দলসমূহৰ মাজতো ৷
নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উত্তৰাখণ্ডলৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মা
এদিনীয়া ভ্ৰমণসূচী লৈ উত্তৰাখণ্ডলৈ উৰা মাৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই (Himanta Bishwa Sarma flies to Uttarakhand )। ৰাজ্যখনত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লব শৰ্মাই (Himanta to take part in Uttarakhand election campaign)।