Nagaon encounter case: অসম চৰকাৰৰ হাতত কীৰ্তিকমল বৰা এনকাউণ্টাৰৰ তদন্তৰ প্ৰতিবেদন
নগাঁৱৰ গুলীচালনাৰ ঘটনা সন্দৰ্ভত অতিৰিক্ত মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰৰ তদন্তৰ প্ৰতিবেদন গ্ৰহণ কৰিলে ৰাজ্য চৰকাৰে (Kirtikamal Bora encounter case) । নগাঁৱৰ গুলীচালনাৰ ঘটনাৰ উচিত তদন্তৰ নিৰ্দেশ আৰক্ষী সঞ্চালক প্ৰধানলৈ ।
চিৰাঙত সাংবাদিকক আৰক্ষীয়ে কৰা আক্ৰমণক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সাংবাদিকৰ প্ৰতিবাদ
চিৰাং জিলাৰ বাসুগাঁৱত এটা চেটেলাইট চেনেলৰ সাংবাদিক তথা চিৰাং জিলা প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক জয়ন্ত দেৱনাথক আৰক্ষীয়ে কৰা আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অসমতে সাংবাদিকসকলে মঙলবাৰৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰে(Journalists protest across the state over) ৷
নগাঁৱৰ এনকাউণ্টাৰ : উপ পৰিদৰ্শক প্ৰদীপ বণিয়াক নিলম্বনৰ নিৰ্দেশ
অতিৰিক্ত মুখ্য সচিৱ পবন কুমাৰ বৰঠাকুৰৰ নেতৃত্বত গঠিত এজনীয়া তদন্ত সমিতিয়ে দাখিল কৰা তদন্তৰ প্ৰতিবেদন ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে (Additional Chief Secretary presents inquiry report of Nagaon encounter case) । ৰাজ্য চৰকাৰৰ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ নিৰ্দশনা । নগাঁৱৰ আৰক্ষী অধীক্ষকৰ দ্বাৰা গঠিত এণ্টি নাৰ্কটিক স্কোৱাড ভংগৰ নিৰ্দেশ ।
Congress MLAs in Meghalaya join BJP: অৱশেষত কংগ্ৰেছ শূণ্য হ’ল মেঘালয়
মেঘালয়ত কংগ্ৰেছত খহনীয়া ৷ মঙলবাৰে মেঘালয়ৰ পাঁচজন কংগ্ৰেছী বিধায়কৰ পদত্যাগ (Congress MLAs in Meghalaya join BJP) ৷ জানিবলৈ পঢ়ক সবিশেষ...
বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা অসুস্থ
বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা অসুস্থ (Burha Satriya Basistha Dev Sarma) ৷ গেষ্ট্ৰ'ল'জী আৰু লিভাৰৰ ৰোগত ভূগি থকা বুঢ়াসত্ৰীয়াগৰাকীক ততাতৈয়াকৈ GMCH লৈ যোৱাৰ পাছতে চিকিৎসকৰ দলে আৰম্ভ কৰিছে চিকিৎসা সেৱা ৷