অসমৰ শক্তি খণ্ড নতুন ৰূপত বিকশিত হৈ উঠিছে : কেন্দ্ৰীয় শক্তি মন্ত্রী
কেন্দ্ৰীয় বাজেট সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন খণ্ডৰ ব্যক্তি, অৰ্থনীতিবিদ, জ্যেষ্ঠ নাগৰিক আৰু বুদ্ধিজীৱিৰে মত বিনিময় কেন্দ্রীয় শক্তি মন্ত্ৰী ৰাজ কুমাৰ সিঙৰ (union power minister RK singh on union budget 2022) ।
মাজুলীৰ উপ-নিৰ্বাচন : ১০ ফেব্ৰুৱাৰীৰ পিছত চূড়ান্ত হব বিজেপিৰ প্ৰাৰ্থী
মাজুলীৰ উপ-নিৰ্বাচনৰ (By elction in Majuli) বাবে বিজেপিয়ে ১০ ফেব্ৰুৱাৰীৰ পিছতহে প্ৰাৰ্থী চূড়ান্ত কৰিব । দেওবাৰে এই কথা প্ৰকাশ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই (State BJP president on by elction in Majuli)।
আগষ্টত আৰম্ভ হব নামনি সোৱণশিৰি প্ৰকল্পৰ প্ৰথম ইউনিটৰ উৎপাদন
দেওবাৰে গুৱাহাটীত এখন সংবাদমেলত ভাগ লৈ কেন্দ্ৰীয় শক্তি মন্ত্ৰী ৰাজ কুমাৰ সিঙে ( Union Power Minister Raj Kumar Singh ) স্পষ্ট কৰি দিলে যে, নামনি সোৱণশিৰি প্ৰকল্পৰেই প্ৰথমটো গোটৰ উৎপাদন চলিত বৰ্ষৰ আগষ্টৰ পৰা আৰম্ভ হ’ব ৷ সবিশেষ জানো আহক ৷
RIP Lata Mangeshkar: ভাৰতৰ নাইটিংগেললৈ শ্ৰদ্ধাঞ্জলি অজস্ৰজনৰ
'কুইন অৱ মেলোডী' লতা মংগেশকাৰৰ মৃত্যুত (Legendary singer Lata Mangeshkar passes away) সমগ্ৰ দেশতে শোকৰ ছাঁ । ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীকে ধৰি নেতা, অভিনেতা, গীতিকাৰ, খেলুৱৈ তথা সকলো ক্ষেত্ৰৰ লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে ।
কা' আন্দোলনৰ নামত ধ্বংসলীলা চলোৱা সকলক কি ক’লে পোনাকণ বৰুৱাই ?
CAA আন্দোলনত চাবুৱাত ধ্বংসকাৰ্য কৰা আন্দোলনকাৰীৰ বিৰুদ্ধে হঠাৎ সোচ্ছাৰ হৈ পৰিল বিধায়ক পোনাকণ বৰুৱা (MLA Punakon Baruah criticized vandalism in CAA protest) ৷