#Budget2022 : বাজেট সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া
"কেন্দ্ৰীয় চৰকাৰৰ 2022-23 বৰ্ষৰ বাজেটে ৰাজ্যসমূহৰ অৰ্থনীতিলৈ আশাৰ সঞ্চাৰ আনিছে" এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷
#Budget2022 : ক্ৰিপ্ত কাৰেঞ্চিৰ আয়ৰ ওপৰত থাকিব ৩০ শতাংশ কৰ
ঘোষণা হ’ল বহু প্ৰত্যাশিত 2022-23 বৰ্ষৰ বাজেট (Union Budget 2022) ৷ এইবাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকে নিজেই ডিজিটেল কাৰেঞ্চী প্ৰবৰ্তন কৰিব ৷ লগতে ক্ৰিপ্ত কাৰেঞ্চিৰ আয়ৰ ওপৰত থাকিব ৩০ শতাংশ কৰ(#criptocurrency) ৷ পঢ়ক সবিৱেশ...
2022 Budget: শিক্ষাখণ্ডৰ পাঁচটা গুৰুত্বপূৰ্ণ Highlights
কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে(Union Finance Minister Nirmala Sitharaman) তেওঁৰ বাজেট ভাষণত কয় যে, ক’ভিড-১৯ মহামাৰীৰ ফলত বিদ্যালয় সমূহ বন্ধ হোৱাত, বিশেষকৈ গ্ৰাম্য অঞ্চল, অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ শিশু আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ শিশুসকলে প্ৰায় ২ বছৰৰ আনুষ্ঠানিক শিক্ষা হেৰুৱাব লগা হৈছে ।
Developmental projects in Guwahati: জন্মদিনৰ দিনাই মহানগৰবাসীলৈ মুখ্যমন্ত্ৰীৰ উপহাৰ
মঙলবাৰে ৰাধা গোবিন্দ বৰুৱা পথৰ জু-তিনিআলিৰ দুইলেনযুক্ত উৰণ সেতুৰ নিৰ্মাণ কাৰ্যৰ মাংগলিক শুভাৰম্ভ কৰি জন্মদিনৰ দিনাই মহানগৰবাসীৰ বাবে বহুকেইটা প্ৰকল্প ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta biswa sarma announces various developmental projects in Guwahati) ৷
দৌল গোবিন্দ মন্দিৰত উপস্থিত হৈ জন্মদিনৰ আশিস ল’লে মুখ্যমন্ত্ৰীয়ে
মঙলবাৰে জীৱনৰ 53 টা বসন্ত পাৰ কৰিলে ৰাজ্যৰ ৰাজনীতিৰ চাণক্য ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma Birthday) ৷ এই বিশেষ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উদযাপন কৰা পৰিলক্ষিত হ’ল৷ অনুৰাগী সকলৰ কোনোৱে যদি কেক কাটি জন্মদিন উদযাপন কৰিলে, কোনোৱে আকৌ জন্মদিন উপলক্ষে গামোচা, ফুলৰ থোপা, নিজ হাতে অঁকা ছবি আদিৰে মুখ্যমন্ত্ৰীগৰাকীক জনালে সম্বৰ্ধনা ।