Guwahati City Police: মহানগৰ আৰক্ষীৰ পোচাকত অসমীয়া নামফলক
এতিয়াৰে পৰা মহানগৰ আৰক্ষীৰ নাম পঢ়িব পাৰিব অসমীয়া ভাষাত (Police name plate in Assamese)৷ পোচাকত অসমীয়া ভাষাত লিখা নাম ফলক লগাবলৈ দিয়া হৈছে নিৰ্দেশনা ৷
Agriculture scam resumes: পুনৰ খোল খাইছে কংগ্রেছৰ আমোলত সংঘটিত 100 কোটিটকীয়া কৃষি কেলেংকাৰীৰ তদন্ত
সাতবছৰ পিছত পুনৰ তদন্তৰ আওতালৈ কংগ্ৰেছৰ আমোলত সংঘটিত এশ কোটিটকীয়া কৃষি কেলেংকাৰী (Agriculture scam resumes) ৷ শনিবাৰে CIDয়ে 2014 চনত সংঘটিত এই বৃহৎ কেলেংকাৰীত জড়িত 26 গৰাকী বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে 6 খন অভিযোগনামা দাখিল কৰে ।
New Vice Chancellor of DU: ড৹ জিতেন হাজৰিকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন উপাচার্য
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিযুক্তি দিয়া হ’ল নতুন উপাচাৰ্য (New Vice chancellor of Dibrugarh university) ৷ প্ৰাক্তন উপাচাৰ্য ড৹ ৰঞ্জিত তামুলীৰ নাম বিত্তীয় কেলেংকাৰীত সাঙুৰ খোৱাৰ পিছৰে পৰা খালি হৈ আছিল পদটি ৷
Dredging of River Brahmaputra : আৰম্ভ হ’ল ব্ৰহ্মপুত্ৰৰ খনন কাৰ্য
বহু প্ৰতীক্ষাৰ অন্তত অৱশেষত ৰাজ্যত ব্ৰহ্মপুত্ৰ খননৰ কাম আৰম্ভ হৈছে (Dredging of River Brahmaputra) । আভ্যন্তৰীণ জল পৰিবহন প্ৰাধিকৰণৰ (IWAI) উদ্যোগত ধুবুৰীত ব্ৰহ্মপুত্ৰ নদীত খননৰ কাৰ্য ৷
Assam Meghalaya border dispute : পুনৰ বৈঠকত মিলিত হ'ল দুই ৰাজ্যৰ মুখ্যমন্ত্রী
অসম-মেঘালয়ৰ সীমা সম্পৰ্কে সমাধানৰ সূত্ৰ বিচাৰি পুনৰ গুৱাহাটীৰ হোটেল ভিভাণ্টাত বৈঠকত মিলিত হ’ল অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা আৰু কনৰাড চাংমা (CMs of Assam Meghalaya meet over Assam Meghalaya border dispute) ৷