Assam Covid 19 Update : পুনৰ 2,861 গৰাকী লোক আক্ৰান্ত হয় ক’ভিডত
ৰাজ্যত অব্যাহত আছে ক’ৰণাৰ সংক্ৰমণ (Covid 19 cases increasing in Assam) ৷ অসমত শুকুৰবাৰে 41,134 গৰাকী লোকৰ ক’ভিড পৰীক্ষণ কৰা হয় আৰু ইয়াৰে 2,861 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি ৷ বৰ্তমান পজিটিভ কেচৰ হাৰ হৈছে 6.96% ৷
Jorhat Majuli bridge: দলং নিৰ্মাণত ক্ষতিগ্ৰস্ত সকলক উপযুক্ত ক্ষতিপূৰণ প্ৰদান নকৰাৰ অভিযোগ
বহু প্ৰত্যাশিত যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ কাম (Construction of Jorhat Majuli bridge) ইতিমধ্যে আৰম্ভ হৈছে । দলং নিৰ্মাণৰ বাবে ইতিমধ্যে মাজুলীৰ সমান্তৰালভাৱে যোৰহাট জিলাৰ হাতীশালটো দলং নিৰ্মাণৰ বাবে প্ৰয়োজনীয় যন্ত্ৰাংশকে ধৰি অন্যান্য সামগ্ৰী আদি মজুত কৰি আৰম্ভ কৰা হৈছে দলঙৰ কাম ।
Kirtikamal Bora encounter case: কীৰ্তিকমল এনকাউণ্টাৰৰ উচ্চ পৰ্য্যায়ৰ তদন্তৰ শুনানি গ্ৰহণ
আৰম্ভ হ'ল কীৰ্তিকমল এনকাউণ্টাৰৰ উচ্চ পৰ্য্যায়ৰ তদন্তৰ শুনানি(Hearing of Nagaon encounter)। প্ৰায় তিনিঘণ্টা সময় জেৰা কৰা হ’ল নগাঁও আৰক্ষীক । সাক্ষ্যদান কৰিলে কীৰ্তিকমল বৰাৰ পিতৃ-মাতৃৰ লগতে ঘটনাৰ প্ৰত্যক্ষদর্শীয়ে ।
ৰাজ্যত এইবাৰ ই ভি এম মেছিনৰে হ'ব পৌৰ সভাৰ নিৰ্বাচন
পৌৰ সভাৰ নিৰ্বাচনত ব্যৱহাৰ হ'ব ই ভি এম । অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ এক নিদৰ্শনাৰ জৰিয়তে এই সিদ্ধান্ত গ্ৰহণ (EVM machines will be used in municipal elections) ৷
আছুক ধ্বংস কৰাৰ সপোন সপোন হৈয়েই ৰ’ব মুখ্যমন্ত্ৰীৰ: শংকৰজ্যোতি বৰুৱা
‘‘প্ৰশাসনিক তদন্তৰ ওপৰত সদৌ অসম ছাত্ৰ সন্থাৰ বিশ্বাস নাই । প্ৰশাসনিক পৰ্যায়ৰ তদন্ত সদায় চৰকাৰৰ পক্ষত থাকে । কংগ্ৰেছৰ 15 বছৰীয়া শাসনৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰলৈকে আছুৰ ওপৰত অত্যাচাৰ চলাই আহিছে ৷ তথাপি আছু আছু হৈয়েই থাকিব ৷’’ আৰু কি কি ক’লে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকে ?