গৰুখুটিৰ ঘটনাৰ পোটক তুলিব পাৰে আইছিছে : অসম আৰক্ষীৰ ৰেড এলাৰ্ট
আইছিছ(ISIS) আৰু অল-কায়েদাৰ দৰে সন্ত্ৰাসবাদী সংগঠনে অসমত যিকোনো সময়তে ভয়ংকৰ কূটাঘাট সংঘটিত কৰিব পাৰে বুলি আশংকা কৰিছে অসম আৰক্ষীয়ে ।
ৰাজ্যত পেঞ্চন বিতৰণৰ ক্ষেত্ৰত সংস্কাৰ অনাৰ বাবে কেতবোৰ সিদ্ধান্ত
কইনাধৰাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ৰ অধ্যক্ষতাত বৈঠক ৷ পেঞ্চন সম্পৰ্কীয় কাগজ-পত্ৰ ‘কৃতজ্ঞতা’ প’ৰ্টেলযোগে দাখিলৰ ব্যৱস্থা ।
অশ্ৰুসিক্ত নয়নেৰে পুনৰ উচ্ছেদ নোহোৱাৰ বাবে দোৱা কৰিছে আজমলে
গৰুখুটিৰ উচ্ছেদৰ ঘটনাত আহত আৰু নিহত লোকৰ পৰিয়ালক সাক্ষাৎ বদৰুদ্দিন আজমলৰ । নিহত লোকৰ পৰিয়াললৈ নগদ 2 লাখ টকা আৰু আহত লোকৰ পৰিয়াললৈ 10 হাজাৰ টকাকৈ সাহাৰ্য প্রদান ।
নিৰ্বাচনী সভাত গৈ তামোলপুৰক জিলা ঘোষণাৰ কথা ক’লে মুখ্যমন্ত্ৰীয়ে
৫৮ নং তামোলপুৰ বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ ২৬ জানুৱাৰীত তামোলপুৰক এখন নতুন জিলা হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব বুলি উল্লেখ মুখ্যমন্ত্ৰীৰ ৷
পশ্চিম কাৰ্বি আংলঙত পাহাৰীয়া ঢলৰ তাণ্ডৱ, জনজীৱন ব্যাহত
দেওবাৰে পুৱতি নিশা হোৱা এজাক মূষলধাৰ বৰষুণৰ ফলত পশ্চিম কাৰ্বি আংলঙত সৃষ্টি হৈছে পাহাৰীয়া ঢলৰ ৷ পাহাৰীয়া ঢলে নিমিষতে বুৰাই পেলালে বৈঠালাংচ আমট্ৰেঙৰ বহু অঞ্চল ।