ৰাজনৈতিক দলৰ পিছে পিছে ঘূৰে সদৌ অসম ছাত্ৰ সন্থা : বিমল বৰা
ফিল’বাৰী চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ ঘটনা সন্দৰ্ভত আছুক তীব্ৰ সমালোচনা মন্ত্ৰী বিমল বৰাৰ ৷ বৰ্তমান সময়ত ৰাজনৈতিক দলৰ পিছে পিছে ছাত্ৰ সন্থা ঘূৰি ফূৰে বুলিও মন্তব্য কৰে একালৰ আছু নেতা তথা বৰ্তমানৰ মন্ত্ৰী গৰাকীয়ে ৷
দৰিদ্ৰতা নিৰ্মূলৰ বাবে আন্তৰ্জাতিক দিৱস পালন কৰাৰ তাৎপৰ্য কি জানেনে?
দৰিদ্ৰতা নিৰ্মূলৰ বাবে আন্তৰ্জাতিক দিৱস(International Day for the Eradication of Poverty)ৰ উদ্দেশ্য হৈছে বিশ্বৰ দৰিদ্ৰতা(Poverty) হ্ৰাস আৰু নিৰ্মূল কৰাৰ বাবে উপায় বিচাৰি উলিওৱা ৷
স্বাধীনতাৰ 75 বছৰ : হিছাৰত স্বাধীনতাৰ অৰ্থে প্ৰবাহিত তেজৰ কাহিনী
1947 চনত ভাৰতে স্বাধীনতা লাভ কৰিলেও স্বাধীনতাৰ বাবে সংগ্ৰাম বহু পূৰ্বে আৰম্ভ হৈছিল ৷ স্বাধীনতা সংগ্ৰামীসকলে শেষ উশাহ পৰ্যন্ত মাতৃভূমিৰ স্বাধীনতাৰ বাবে কৰা সংগ্ৰাম, ত্যাগ আৰু ইচ্ছাই সঁচা অৰ্থত সকলোকে স্বাধীনতাৰ মূল্যক প্ৰতিফলিত কৰে ৷
ৰাজহুৱা সভাৰ জৰিয়তে অন্ত পৰিল ফিল'বাৰীৰ বিতৰ্ক
অৱশেষত অন্ত পৰিল ফিল'বাৰী ছিনিয়ৰ ছিকেণ্ডাৰী স্কুলৰ বিতৰ্ক । বিদ্যালয় কৰ্তৃপক্ষ, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক, দল-সংগঠন, ছাত্ৰ-ছাত্ৰীৰ লগতে ফিল'বাৰী অঞ্চলৰ সমূহ ৰাইজৰ সৈতে অনুষ্ঠিত হয় বিশাল ৰাজহুৱা সভা ।
মূলসুঁতিলৈ আলফা স্বাধীনৰ জ্যেষ্ঠ কেডাৰ হিমালয় অসম
আত্মসমৰ্পন কৰিলে আলফা স্বাধীনৰ জ্যেষ্ঠ কেডাৰ হিমালয় অসমে ৷ শনিবাৰে তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে অলফা স্বাধীনৰ জ্যেষ্ঠ সদস্য গৰাকীয়ে ৷