25 বছৰ গৰকা মহিলাৰ দ্বাৰা পৰিচালিত মহানগৰীৰ এখন পূজা
108 টা ঘট স্থাপন কৰি উদযাপন কৰা এখন দুৰ্গা পূজা ৷ 25 বছৰ গৰকা পূজাখন পৰিচালিত কৰা হয় স্থানীয় মহিলাৰ দ্বাৰা ৷ গুৱাহাটী মহানগৰীতে অনুষ্ঠিত কৰা হৈছে এই পূজা ৷
ৰাজনীতিৰ দৰে ধাক বজোৱাতো পাকৈত মন্ত্ৰী অতুল বৰা
ক’ভিড পৰিস্থিতিত জন সচেতনতা সৃষ্টি কৰাৰ প্ৰয়াস কৰা বোকাখাতৰ এখন বিশেষ পূজা । আজি মহাষ্টমী । ধাক ঢোলৰ মাতত মুখৰিত পূজাস্থলী ।
নগাঁৱৰ চৰ-চাপৰিত বাঢ়িছে সন্দেহ নাগৰিকৰ বেদখল !
কিমান দিনলৈ চলিব বেদখল ? সন্দহযুক্ত নাগৰিকৰ দপদপনি ৰাজ্যত ৷ বেদখলৰ কবলত নগাঁৱৰ বিভিন্ন অঞ্চল ৷ অবাধ হাৰত বেদখল কৰিছে চৰকাৰী ভূমি ৷ কিন্তু কোন এইসকল বেদখলকাৰী ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷
বিদ্যুৎ সংকট : মন্ত্রীৰ অভয়বাণী আৰু বিষয়াৰ সতৰ্কবাণী; বিবুদ্ধিত জনগণ
বিষয়া আৰু মন্ত্রীৰ পৰস্পৰ বিৰোধী বক্তব্যত যেন কাৰ্যতঃ বিবুদ্ধিত সাধাৰণ জনগণ । কয়লাৰ নাটনিৰ বাবে দেশজুৰি বিদ্যুতৰ সংকটে দেখা দিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।
দৌল্লা পৰিয়ালৰ নতুন প্ৰজন্মৰ হাতত প্ৰদান দেৱী দৌলৰ মহা অষ্টমীৰ প্ৰসাদ
প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি চলি অহা এই সম্প্ৰীতিৰ নিদৰ্শনত এইবাৰ দৌল্লা পৰিয়ালৰ আন এক নতুন প্ৰজন্মই অংশ লয় । বহু বছৰ ধৰি দৌলৰ পূজাৰ ভাগ গ্ৰহণ কৰি অহা দৌল্লা পৰিয়াল জেষ্ঠ মণিৰুদ দৌল্লাৰ মৃত্যুৰ পাছত তেওঁ পাছৰ প্ৰজন্মই এইবাৰ পালন কৰে এই পৰম্পৰা ।