নৱোদয় বিদ্যালয়ৰ অধ্যক্ষক গছত বান্ধি প্ৰহাৰ সহ শিক্ষকৰ: ভিডিঅ’ ভাইৰেল
দৰং জিলাৰ উদমাৰিস্থিত নবোদয় বিদ্যালয়ত সংঘটিত হৈছে এটা মৰেল পুলিচ গিৰিৰ ঘটনা। দেওবাৰে নিশা বিদ্যালয়খনৰে একাংশ শিক্ষকে গছত বান্ধি প্ৰহাৰ কৰিলে বিদ্যালয়খনৰ অধ্যক্ষ পি ৰাজেশক ।
আগষ্টৰ শেষলৈ ক'ভিডৰ তৃতীয় ঢৌ: সুৰক্ষিত ৰাখিবলৈ কি কৰিব ?
আগষ্টৰ শেষৰ ফাললৈ দেশত ক'ভিডৰ তৃতীয় ঢৌৱে আক্ৰমণ কৰাৰ সম্ভাৱনা ৷ প্ৰথম আৰু দ্বিতীয় ঢৌতকৈও অধিক শক্তিশালী ৰূপত এই তৃতীয় ঢৌৱে সংহাৰ সৃষ্টি কৰাৰ আশংকা ৷ প্ৰকৃততে ক'ভিডৰ এই তৃতীয় ঢৌ কি ? ইয়াৰ পৰা হাত সাৰিবলৈ আপুনি কি কি কৰিব ৷
মেট্ৰিকৰ ফলাফলৰ কেলেংকাৰীৰ বিৰুদ্ধে শংকৰজ্যোতি বৰুৱাৰ প্ৰতিক্ৰিয়া
মেট্ৰিক পৰীক্ষাত ভাল ফলাফল প্ৰদান কৰিবৰ বাবে একাংশ শিক্ষক কৰ্মচাৰীয়ে ধনৰ লেনদেন কৰাৰ ঘটনা পোহৰলৈ অহাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷
চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ডৰ বিৰোধিতাৰে প্ৰতিবাদস্থলীত ড৹ সমুজ্জ্বল ভট্টাচাৰ্য
চন্দ্ৰপুৰৰ প্ৰতিবাদস্থলীত উপস্থিত সদৌ অসম ছাত্ৰ সন্থাৰ (ALL ASSAM STUDENT UNION) মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য (Dr. Samujjal kumar Bhattacharya)। দিহা নামেৰে দেওবাৰৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰে চন্দ্ৰপুৰৰ মহিলাসকলে ৷ লগতে উৰুলিৰ মংগল ধ্বনিৰে চৰকাৰৰ সুমতি বিচাৰে ৷
লখিমপুৰৰ খগাত সোৱণশিৰিৰ তীব্ৰ খহনীয়া
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰ জিলাতো অব্যাহত আছে তীব্ৰ গৰাখহনীয়া ৷ বাৰিষা কালৰূপ ধাৰণ কৰা সোৱণশিৰিৰ বুকুত জাহ গৈছে বিস্তীৰ্ণ অঞ্চল ৷ ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থা ৷