COVID19ত আক্ৰান্ত লণ্ডনৰ পৰা উভতি অহা ৰাজস্থানৰ 3জনকৈ লোক
দেশত কৰ'ণা ভাইৰাছৰ নতুন লক্ষণত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ শংকা ৷ ৰাজস্থানত লণ্ডনৰ পৰা উভতি অহা 3গৰাকীকৈ লোক আক্ৰান্ত কৰ'ণা ভাইৰাছত ৷
আজি কোচি-মাংগালুৰু প্ৰাকৃতিক গেছ পাইপলাইন মুকলি কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে
আজি কোচি-মাংগালুৰু প্ৰাকৃতিক গেছ পাইপলাইন মুকলি কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷ এক ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে পুৱা 11 বজাত এই পাইপলাইনৰ উদ্বোধনী কৰা হ'ব ৷
হিমা দাসৰ টকিঅ’ যাত্ৰাক লৈ উৎফুল্লিত পৰিয়াল
টকিঅ’ অলিম্পিকলৈ নিৰ্বাচিত হিমা দাস ৷ ধিং এক্সপ্রেছ হিমা দাসক লৈ উৎফুল্লিত হিমাৰ পৰিয়াল ।
বিশ্বৰ বজাৰত স্থান পাইছে শিৱসাগৰৰ উলাহ চাহে
এটি কলি দুটি পাতেৰে বিশ্ব জয়ৰ সপোন দেখা দুগৰাকী যুৱক ৷ শিৱসাগৰৰ দুয়োগৰাকী যুৱকে দা টি লিফ থিয়ৰী আৰু উলাহ ব্ৰেণ্ডৰ চাহেৰে দখল কৰিছে আমেৰিকা,ইউৰোপৰ বজাৰ ৷
নলবাৰীত উপায়ুক্তৰ কাৰ্যালয়ত নিযুক্তি কেলেংকাৰী
নলবাৰীৰ উপায়ুক্তৰ কাৰ্যালয়ত নিযুক্তিত কেলেংকাৰী সংঘটিত হোৱা বুলি দেওবাৰে অভিযোগ উত্থাপন কৰিছিল সদৌ অসম যুৱ ছাত্ৰ পৰিষদে ৷ এই অভিযোগৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ সোমবাৰে সংবাদমেল আয়োজন কৰে উপায়ুক্ত পূৰৱী কোঁৱৰে ৷