Winter Session of Assam Assembly: চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব বিধানসভাৰ শীতকালীন অধিৱেশন
20 ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ শীতকালীন অধিবেশন (Winter Session of Assam Assembly) ৷ চাৰিদিনৰ বাবে হ’ব এই অধিৱেশন ৷
কনভয় নহয়; সপত্নীক টেক্সিত উঠি যাত্ৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ
উত্তৰ প্ৰদেশত সাধাৰণ টেক্সিৰে বিমানবন্দৰৰ পৰা হোটেললৈ যাবলগীয়া হ'ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা(CM Himanta reached hotel by cab) । লগত আছিল পত্নী ৰিণিকি ভূঞা শৰ্মা । নিৰাপত্তা বাহিনীৰ কনভয়ৰ পৰিৱৰ্তে টেক্সিৰে মুখ্যমন্ত্ৰীগৰাকী হোটেললৈ যাবলগীয়া হোৱা ঘটনাক লৈ এতিয়া হাহাকাৰ যোগী চৰকাৰৰ প্ৰশাসন ব্যৱস্থাত ।
মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী: তদন্ত বিচাৰি ৰাজ্যপালক চিঠি কংগ্ৰেছৰ
মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ পৰিয়ালৰ লোকৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰী(Land grabbing allegation against CM family)ৰ অভিযোগে এতিয়া ৰাজ্যজুৰি বিশেষ চৰ্চা লাভ কৰিছে ৷ মুুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ন্যায়িক তদন্ত বিচাৰি শুকুৰবাৰে ৰাজ্যপাললৈ পত্ৰ প্ৰেৰণ কৰে অসম প্ৰদেশ কংগ্ৰেছে ৷
উৎকোচ লৈ গ্ৰেপ্তাৰ SI ছাৰ
শেহতীয়াকৈ কৰিমগঞ্জৰ পাথাৰকান্দি আৰক্ষী থানাৰ উপ-পৰিদৰ্শক যতীন্দ্ৰ সিনহাৰ এটা উৎকোচ গ্ৰহণৰ ভিডিঅ’ ভাইৰেল হৈছিল ৷ ইয়াৰ পিছতে এতিয়া আটক কৰা হৈছে আৰক্ষী বিষয়া গৰাকীক ( Karimganj police officer arrested for taking bribe ) ৷ সবিশেষ জানো আহক ৷
ক’লা ল’ৰাৰ মৃত্যুৰ পিছতেই শেষ হৈ গ’ল নেকি অনিমেষৰ নিগ্ৰহৰ ন্যায়ৰ প্ৰসংগ ?
যোৰহাটত আছু নেতা অনিমেশ ভূঞাৰ হত্যাৰ ঘটনাই জোকাৰি গৈছিল সমগ্ৰ দেশ ৷ এই ঘটনাৰ ভিডিঅ’ও ভাইৰেল হৈছিল বিভিন্ন মাধ্যমত ৷ পিছে এতিয়া অনিমেশ হত্যাৰ ন্যায়ৰ দিশটোলৈ আহিছে ডাঙৰ প্ৰশ্নবোধক ৷ সবিশেষ জানো আহক ৷