কিয় পুনৰ কা’ বিৰোধী আন্দোলন হ’লে ভাল পায় ৰণজিৎ দাসে ?
মন্ত্ৰী ৰণজিত কুমাৰ দাসে ক’লে, ''কা' আন্দোলন হ'লে ভাল পাঁও । কা' আন্দোলন হ’লে বিজেপিৰ লাভ হয় (Minister Ranjit Das wants anti CAA protest) ''৷ সবিশেষ জানো আহক ৷
কংগ্ৰেছত বহু অপদাৰ্থ আৰু কাপুৰুষ আছে : শ্বেৰমান আলী
বাঘবৰত উপস্থিত হৈ শ্বেৰমান আলীয়ে ক’লে, মিঞা মিউজিয়ামক লৈ কংগ্ৰেছৰ বহু বিধায়কৰ সমৰ্থন আছিল(Sherman Ali on Miya museum ) ৷ কংগ্ৰেছৰ বহু বিধায়কৰ নিজে কিবা কৰাৰ সামৰ্থও নাই আৰু আনে কিবা কৰিব বিচাৰিলে সন্মুখৰ পৰা প্ৰতিবাদ কৰাৰো সাহস নাই ৷ কংগ্ৰেছৰ সংখ্যালঘু সম্প্ৰদায়ৰ বিধায়কসকলক মীৰ জাফৰ ৷ সবিশেষ জানো আহক ৷
জোলোঙাৰ মেকুৰী: ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ প্ৰতিবেদনেই দাখিল কৰা নাই ৰাজ্য চৰকাৰে
অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো (St Status to six communities) নিৰ্বাচনৰ সময়ত হৈ পৰে অন্যতম গুৰুত্বপূৰ্ণ ইছ্যু । ৰাজপাট দখলৰ বাবে ই এক জখলাৰ দৰে কাম কৰে । কিন্তু প্ৰকৃততে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত চলিছে কি ?
বিশিষ্ট কবি নীলমণি ফুকন আৰু শিক্ষাবিদ ড° কমলেন্দু দেৱ ক্ৰৰীৰ বাসগৃহত মুখ্যমন্ত্রী
'জ্ঞানপীঠ বঁটা'ৰে সন্মানিত বিশিষ্ট সাহিত্যিক তথা কবি নীলমণি ফুকনক আজি তেখেতৰ গুৱাহাটীস্থিত বাসভৱনত সাক্ষাৎ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আন্তৰিক অভিনন্দন জ্ঞাপন কৰে(Nilmoni Phukan felicitated by Himanta Biswa Sarma) । আনহাতে, কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট পদাৰ্থবিজ্ঞানী ড° কমলেন্দু দেৱ ক্ৰৰীৰ গুৱাহাটীস্থিত বাসভৱনলৈ গৈও তেখেতৰ স্বাস্থ্যৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে ।
Explosives recovered in Hailakandi : ভয়ংকৰ কূটাঘাতৰ লক্ষ্য অসম !
চিআৰপিএফৰ এক অভিযানত হাইলাকান্দিৰ শালচাপৰাৰ ঘাইপথত উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী (Explosives recovered in Hailakandi)। বিস্ফোৰক সামগ্ৰীৰ সৈতে এজন লোককো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।