চৰকাৰৰ ইতিবাচক পদক্ষেপৰ পাছত বিৰোধীৰ প্ৰতিবাদ কৰিবলৈ ইছ্যু নোহোৱা হ'ল : শিক্ষামন্ত্ৰী
চৰকাৰৰ ইতিবাচক পদক্ষেপৰ পাছতে বিৰোধীৰ প্ৰতিবাদ কৰিবলৈ কোনো ইছ্যু নোহোৱা হ'ল ৷ এই মন্তব্য শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু(Education Minister Ranoj Pegu at Dibrugarh)ৰ ৷
Sonowal at Dibrugarh University: অসমৰ জাতীয় সংগীতৰে সোণোৱালক আদৰিলে বিদেশী ছাত্ৰ-ছাত্ৰীয়ে
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উপস্থিত হৈ বিদেশী ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে মত-বিনিময় কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbannda Sonwal at Dibrugarh University) ৷ সোণোৱালৰ সৈতে অসমীয়াতে চা-চিনাকি হৈ অসমৰ জাতীয় সংগীত পৰিৱেশন কৰিলে সাত-সাগৰ তেৰ নদীৰ সিপাৰৰ বিদেশী ছাত্ৰ-ছাত্ৰী সকলে ৷
মাটিৰ নথি জাল কৰি এইবাৰ ৰঙাঘৰত নগাঁৱৰ হাম এক গ্রুপৰ স্বত্বাধিকাৰী
নগাঁৱৰ এখন শিক্ষানুষ্ঠানখনৰ স্বত্বাধিকাৰীয়ে ৰাজহ চক্ৰ বিষয়া আৰু ছাব ৰেজিষ্টাৰৰ চীল চহী জালিয়াতিৰে মাটিৰ খেলি মেলি কৰি আলহী হ’ল ৰঙাঘৰৰ ৷ এই বিতৰ্কৰ কেন্দ্ৰবিন্দু শিক্ষা প্ৰতিষ্ঠান হাম এক গ্ৰুপ ( Hum ek group Nagaon in controversy) ৰ নামত পূৰ্বতেও আছে বহু বিতৰ্ক ৷
SFI protest in Gauhati University: গুৱাহাটী বিশ্ববিদ্যালয়ত এছ এফ আইৰ প্ৰতিবাদ
গুৱাহাটী বিশ্ববিদ্যালয়ৰ বহুকেইটা সমস্যা সমাধানৰ দাবীত এছ এফ আইৰ ৰাজ্যিক কমিটিয়ে সোমবাৰে বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে (SFI protest in Gauhati University) ৷ প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, ফ্লেগ লৈ বিভিন্ন শ্ল’গান দি বিশ্ববিদ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে ৷
Jonai Firing Incident : আৰক্ষীৰ জিম্মাত চিমেন চাপৰিৰ ঘটনাৰ অভিযুক্ত
চিমেন চাপৰিৰ চেৰেনৰ গুলীচালনা (Jonai Firing Incident)ত জড়িত সৌমাওচাৰ বসুমতাৰী সম্প্ৰতি আৰক্ষীৰ জিম্মাত (accused of simen chapori firing incident arrested) ৷ বসুমতাৰীৰ পৰা জব্দ পিষ্টল আৰু সজীৱ গুলী ৷ তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰখা হৈছে সৌমাওচাৰ বসুমতাৰীক ৷