AFPSA বাতিল নোহোৱালৈ ক্ষান্ত নহয় কন্যাক জনতা
আজি, 11 ডিচেম্বৰ ৷ আজিৰ দিনটোতে কা আন্দোলনত ভাগ ল’বলৈ গৈ প্ৰাণ হেৰুৱাইছিল টীয়কৰ বনাই ৰবি গাঁৱৰ ৰাজেন বৰুৱাই ৷ কা আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ(First martyr of anti CAA movement) হিচাপে তেওঁক ঘোষণা কৰিছিল সদৌ অসম ছাত্ৰ সন্থাই ৷ জানো আহক, কেনেদৰে শ্বহীদৰ তালিকাৰ পৰা বাদ পৰি ৰ’ল বৰুৱাৰ নাম, কেনে আছে শ্বহীদ গৰাকীৰ পৰিয়াল ৷
MoU for Mineral Exploration : অসম চৰকাৰ আৰু মিনাৰেল এক্সপ্লোৰেচন ক'ৰ্পৰেচনৰ বুজাবুজি চুক্তি
নগাঁও, কাৰ্বি আংলং আৰু গোৱালপাৰা জিলাত খনিজ পদার্থ অন্বেষণৰ বাবে অসম চৰকাৰ আৰু মিনাৰেল এক্সপ্লোৰেচন ক'ৰ্পৰেচন লিমিটেডৰ মাজত বুজাবুজিৰ চুক্তি(Assam govt signs MoU with MECL) স্বাক্ষৰ ।
AFPSA বাতিল নোহোৱালৈ ক্ষান্ত নহয় কন্যাক জনতা
শান্ত হোৱা নাই নাগা ভূমি ৷ আফস্পা বাতিল নোহোৱা পৰ্যন্ত ক্ষান্ত নহয় কন্যাক জনতা (Kanyak tribe will take no rest till AFSPA is there) ৷ আফস্পা বাতিলৰ দাবীত নগালেণ্ডৰ টিজিতত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৷
Omicron threat in Assam? : ক'ভিড প'জিটিভ লণ্ডন ফেৰৎ মহিলা, নিশ্চিত হোৱা নাই অ’মিক্ৰণৰ অৱস্থিতি
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ (Lokpriya Gopinath Bordoloi International Airport)ত মহিলা বিমানযাত্ৰীৰ দেহত ধৰা পৰিছে ক’ভিড 19 ৰ অৱস্থিতি ।
উত্তৰ-পূৱ পৰিষদলৈ পুজি কৰ্তন দিল্লীৰ : গেঠেলা মাৰিছে ডেৰকুৰি আঁচনি
উত্তৰ পূৱ পৰিষদলৈ আৱন্টিত পুজি কেন্দ্ৰীয় চৰকাৰে আৱন্তন কৰা ধনৰ পৰিমাণ হ্ৰাস পাইছে ৷ পৰিণতিত স্থবিৰতাই দেখা দিছে উত্তৰ-পূৱ পৰিষদ(North Eastern Council)ৰ দ্বাৰা অসমত ৰূপায়িত হৈ থকা প্ৰায় ২৭ টা কেন্দ্ৰীয় প্ৰকল্পৰ কামত ৷ সবিশেষ জানো আহক ৷