Land grabbing allegation: মুখ্যমন্ত্ৰীক কি প্ৰত্যাহ্বান জনালে ভূপেন বৰাই ?
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে চৰকাৰী ভূমি বেদখল কৰাৰ অভিযোগত এতিয়া উত্তাল হৈছে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ(Assam CM family in controversy for alleged involvement in land grabbing) ৷ এই সন্দৰ্ভত প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া (Bhupen Bora Reacts on land grabbing controversy of CM family) ।
আকৌ ঋণ ! বিত্তীয় বৰ্ষ আৰম্ভ নৌহওঁতেই নাবাৰ্ডৰ পৰা ৩৬ হাজাৰ কোটি
২০২২-২৩ ত পুনৰ নাবাৰ্ডৰ পৰা ঋণ লোৱাৰ সিদ্ধান্ত অসম চৰকাৰৰ ৷ ঋণৰ পৰিমাণ পূৰ্বৰ বছৰসমূহতকৈ ১২ শতাংশ বৃদ্ধি নাবাৰ্ডৰ ৷
Demand to repeal AFSPA: গুৱাহাটীত নেছোৰ প্ৰতিবাদী কাৰ্যসূচী
সামৰিক বাহিনী বিশেষ ক্ষমতা আইন (Armed Forces Special Power Act) প্ৰত্যাহাৰ কৰাৰ দাবী এতিয়া উত্থাপিত হৈছে সমগ্ৰ উত্তৰ-পূৱ ভাৰতত ৷ এনে সময়তে বৃহস্পতিবাৰে গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত নেছোই( North East Students Organisation ) প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ সবিশেষ জানো আহক ৷
Protesting farmers set to leave: সিংঘু প্ৰতিবাদস্থলী এৰি যোৱাৰ বাবে সাজু প্ৰতিবাদকাৰী কৃষক
সিংঘু সীমান্তৰ প্ৰতিবাদস্থলী এৰি যোৱাৰ বাবে সাজু হৈছে প্ৰতিবাদকাৰী কৃষকসকল (Protesting farmers set to leave Singhu protest site) । অৱশ্যে প্ৰতিবাদ সম্পৰ্কে শেষ সিদ্ধান্ত ল'ব সংযুক্ত কিষান মৰ্চাই ।
Next CDS of India : সেনাপ্ৰধান জেনেৰেল নাৰাভানে হ'ব নেকি ভাৰতৰ পৰৱৰ্তী CDS ?
ভাৰতৰ প্ৰথমগৰাকী চীফ অৱ ডিফেন্স ষ্টাফ (CDS) জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যুৰ পাছতে এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন পৰৱৰ্তী চিডিএছ কোন হ'ব (Who will be the India's next CDS)? এইক্ষেত্ৰত সেনাপ্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাভানেক পৰৱৰ্তী চিডিএছ হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱনা অধিক । কিয়নো নৌসেনা আৰু বায়ু সেনাৰ মুৰব্বীয়ে শেহতীয়াকৈ তেওঁলোকৰ দায়িত্ব গ্ৰহণ কৰিছে ।