ম্যানমাৰৰ আলফা শিবিৰত চাৰি কেডাৰৰ মৃত্যুক লৈ পুনৰ চাঞ্চল্য
পুনৰ আলফা(স্বা)ৰ ম্যানমাৰৰ শিবিৰৰ পৰা নোহোৱা হ'ল তিনিচুকীয়া জিলাৰ পেঙেৰী থানাৰ অন্তৰ্গত তৰাণি গাঁৱৰ চাৰিগৰাকী যুৱক (Four youth missing from ULFA I camp) ৷ সমগ্ৰ তিনিচুকীয়া জিলাখনতেই এই খবৰে সৃষ্টি কৰিছে চাঞ্চল্য ৷
পাঁচ লক্ষাধিক হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৰু পুঁজি
ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টন আৰু পুঁজি প্ৰদান প্ৰক্ৰিয়াৰ শুভাৰম্ভ (five lakhs houses to beneficiaries)।
Mob lynching of Abhi Neel: কোন দিশে নীল অভি হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ?
নগাঁও আদালতত নীল অভি হত্যাকাণ্ডৰ গোচৰৰ শুনানি গ্ৰহণ । তদন্তকাৰী আৰক্ষী বিষয়াৰ সাক্ষ্যগ্ৰহণ নগাঁও আদালতৰ (Neel Abhi Murder case Judgement process)। পৰৱৰ্তী সময়ত বিপক্ষৰ অধিবক্তাই জেৰা কৰিব তদন্তকাৰী বিষয়াৰ । ৭১ গৰাকী সাক্ষীৰ ৬৯ জনৰ সাক্ষ্যগ্ৰহণ সম্পন্ন নগাঁও আদালতত । নীল অভি হত্যাকাণ্ডত জড়িত দোষীৰ চূড়ান্ত শাস্তিৰ বাবে আশাবাদী নীল অভিৰ পৰিয়ালৰ ।
চীনৰ নদী বান্ধক ভেটাৰ প্ৰস্তুতি অৰুণাচল প্ৰদেশৰ য়িংকিঙত
চীনৰ নদী বান্ধে প্ৰতিপলে ভাবুকি কঢ়িয়াই আনিছে দেশ তথা ৰাজ্যলৈ (Dam on Brahmaputra by China) । বিশেষকৈ উত্তৰ-পূবৰ বাবে প্ৰতি মূহুৰ্ত্বত সেই বান্ধ হৈ থাকে শংকাৰ আন এক নাম । সেয়ে চীনৰ নদী বান্ধক প্ৰতিৰোধ কৰিবলৈ ভাৰতে অৰুণাচল প্ৰদেশৰ য়িংকিঙত ব্ৰহ্মপুত্ৰৰ বুকুত নিৰ্মান কৰিব দ্বিতীয় বৃহত্তম নদী বান্ধ।
Road rage case : 34 বছৰ পুৰণি গোচৰত নৱজ্যোত সিং সিদ্ধুক এবছৰৰ কাৰাদণ্ড
34 বছৰ পুৰণি এটা গোচৰত উচ্চতম ন্যায়ালয়ে এবছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে প্ৰাক্তন ক্ৰিকেটাৰ তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধুক(Navjot Singh Sidhu ) ৷ সবিশেষ জানো আহক ৷