Assam Arunachal Border Dispute : গুৱাহাটীত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক
অসম-অৰুণাচলৰ সীমা বিবাদ সন্দৰ্ভত কইনাধৰাত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠক ৷ এই বৈঠকত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ লগতে আছে দুয়োখন ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী তথা শীৰ্ষ বিষয়া (Chief Ministers of both Assam and Arunachal sit on border issues) ।
Third wave of Covid-19: ক'ভিডৰ তৃতীয় ঢৌত আক্ৰান্ত নগাঁৱৰ প্ৰথমজন ব্যক্তি
ৰাজ্যত পুনৰ আৰম্ভ হৈছে ক’ভিডৰ উকমুকনি ৷ ক’ভিডৰ তৃতীয় ঢৌত আক্ৰান্ত হৈছে নগাঁৱৰ এজন লোক ৷ নতুন দিল্লীৰ পৰা ঘূৰি অহাৰ পিছত ব্যক্তিগৰাকীৰ দেহত পোৱা গৈছে ক'ভিড-১৯ ৰ অৱস্থিতি (Covid positive in Nagaon)।
Murder in Nalbari: পিতৃক হত্য়া কৰি পুত্ৰই পান কৰিলে বিহ
নলবাৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড । চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পিতৃক হত্যা কৰিলে পুত্ৰই (Son killed father in Nalabari)৷ আক্ৰমণত গুৰুতৰভাৱে আহত ভাতৃ ৷
Rangali bihu 2022: ৰাজ্যৰ চাৰিওপিনে ৰঙালীৰ ঢৌ
ৰাজ্যত ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিহু ফাংচন ৷ বিভিন্ন অঞ্চলৰ বিহু সন্মিলন সমূহে অনুষ্ঠিত কৰিছে মুকলি বিহু প্ৰতিযোগিতা (Rangali bihu celebration across Assam) ৷ প্ৰায় দুটা বছৰৰ অন্তত অসমৰ ৰাইজৰ প্ৰাণৰো প্ৰাণৰ হেঁপাহৰ ৰঙালী বিহুটি উদযাপন কৰিবলৈ পাই মতলীয়া হৈ পৰিছে অসমবাসী ৷
হয় ল'ৰা ঘূৰাই দিয়ক, নহ’লে মাৰি পেলাওঁক : পৰেশ বৰুৱালৈ এগৰাকী মাতৃৰ আহ্বান
নাহৰকটীয়াৰ নেখাম বাঁহধাৰী গাঁৱৰ অনিতা গগৈ আৰু পবিত্ৰ গগৈৰ পুত্ৰ পংকজ গগৈয়ে পৰিয়ালৰ অজ্ঞাতে যোগ দিয়ে আলফা(স্বা) ত ৷ বিগত ৪ মাৰ্চত কৰ্ম সংস্থাপনৰ বাবে কেৰালালৈ যাওঁ বুলি ঘৰৰ পৰা ওলাই গৈছিল পংকজ ৷ পুত্ৰই এনেদৰে আলফা(স্বা) ত যোগদান কৰাৰ খবৰটো সহজভাৱে মানি ল’ব পৰা নাই মাতৃ অনিতা গগৈয়ে ৷