মৰিগাঁৱৰ ঐতিহাসিক চাৰণ বিলত পৰম্পৰাগভাৱে পালন গৰু বিহু
মৰিগাঁৱৰ ঐতিহাসিক চাৰণ বিলত ঔজাৰি গাঁৱৰ চহা-কৃষক, ৰোৱনী-দাৱনীয়ে বৃহস্পতিবাৰে পৰম্পৰাগভাৱে পালন কৰে গৰু বিহু(Goru bihu celebrations in Morigaon) ৷ ঔজাৰিত চহা কৃষকে গো-ধনসমূহক মাহ-হালধি ঘঁহি, লাও-বেঙেনা খুৱাই, গা ধুৱাই উদযাপন কৰে গৰু বিহু ।
নগাঁৱতো উদযাপন গৰু বিহু
ন-বৰষুণত নৈৰ পানী বাঢ়িলে, টুপাই বুৰ মাৰিলে শিহু। চাওঁতে চাওঁতে আজি আহি পালে ব'হাগৰ বিহু । ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে ৰঙালী বিহু(Rangali Bihu celebrates in Assam) ৷ আজি গৰু বিহু ৷ সমগ্ৰ অসমৰ লগতে নগাঁৱতো প্ৰতিগৰাকী অসমীয়া বিশেষকৈ কৃষক সমাজে পালন কৰিছে গৰু বিহু (Goru Bihu celebrations at Nagaon) ।
মিমিক্ৰী শিল্পী হিমাংশু বৰ্মনৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ
ৰঙালী বিহুৰ বতৰত দৰ্শকক হহুৱাবলৈ সাজু হৈছে জনপ্ৰিয় মিমিক্ৰী শিল্পী হিমাংশু বৰ্মন । উজনিৰ পৰা নামনিলৈ বিহু অনুষ্ঠানত অংশগ্ৰহণ কৰিব হিমাংশু বৰ্মনে । জনপ্ৰিয় মিমিক্ৰী শিল্পী হিমাংশু বৰ্মনৰ সৈতে ইটিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰ (interview with mimicri artist Himangsu)। হিমন্তৰ মিমিক্ৰী কৰি ইটিভি ভাৰতৰ সন্মুখত কি ক'লে হিমাংশু বৰ্মনে ?
বিহু বুলি বিহুগীত জুৰিলে বিধায়ক অতুল বৰাই
আজি গৰু বিহু (Goru bihu celebrations )। ঢোল-পেঁপাৰ মাতেৰে মুখৰিত হৈ পৰিছে প্ৰতিঘৰ অসমীয়াৰ পদূলি (Assamese bihu festival) । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো আৰম্ভ হৈছে গৰু বিহুৰ আনন্দ উল্লাস (Goru bihu celebrations in Guwahati) ৷
বন্দুক নহয় আৰক্ষী থানাত গৰজিলে ঢোলে
আমে মলিয়ালে, শালৰ গামোছাই মাৰিলে হাঁহি, গছে-বনে সলালে পাত । বিহুৰ বতৰা পাই গৰুছালেও লগালে মাত । আজিৰে পৰা আৰম্ভ ৰঙালী বিহু(Rangali Bihu begins today) আৰু আজি সাত বিহুৰ গৰু বিহু ।